• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্ত্ৰীসভা সম্প্ৰসাৰণ : বৰাকক উপেক্ষা কৰাৰ বাবে দায়ী সোণোৱাল: কাছাৰ কংগ্ৰেছ

শিভাশীষ চক্ৰৱৰ্তী by শিভাশীষ চক্ৰৱৰ্তী
April 27, 2018 9:38 am
Cachar-congress-570x320
266
VIEWS
Share on FacebookShare on Twitter

দুবছৰৰ প্ৰতীক্ষাৰ অন্তত সম্প্ৰসাৰিত হ’ল অসম মন্ত্ৰীসভা। সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত স্থান পালে সাতগৰাকী নতুন বিধায়কে। কিন্তু মন্ত্ৰীসভা সম্প্ৰসাৰণত সন্তুষ্ট নহয় একাংশ বিজেপি বিধায়ক।

জ্যেষ্ঠ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান নাপাই বহু পদবীৰ পৰা পদত্যাগ কৰাৰ পাছত এইবাৰ বৰাক উপত্যকাৰ ছোনাই সমষ্টিক প্ৰতিনিধিত্ব কৰা বিজেপিৰ বিধায়ক আমিনুল হক লস্কৰেও ক্ষুভিত হৈ ৰাজ্যিক হজ সমিতিৰ পৰা পদত্যাগ কৰিছে।

উল্লেখ্য যে অসম তথা বৰাকৰ একমাত্ৰ সংখ্যালঘু বিজেপি বিধায়ক লস্কৰে সোণোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি আশা কৰি আছিল। কিন্তু নেতৃত্বই তেওঁক মন্ত্ৰীত্ব পদৰ পৰা বঞ্চিত কৰাত এতিয়া বৰাকৰ সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে।

ইফালে সোণোৱাল মন্ত্ৰীসভা সম্প্ৰসাৰণ তথা সাল সলনি কাৰ্যত মুঠেও সন্তুষ্ট নহয় বিৰোধী দল কংগ্ৰেছ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত বৰাক উপত্যকাটোৰ পৰা এজনো বিধায়কে মন্ত্ৰীত্ব লাভ নকৰা কাৰ্যত বৰাকৰ কংগ্ৰেছ নেতৃত্বই ক্ষুৰধাৰ সমালোচনা কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনক।

majharbhuyan-300x149

বৰাক উপত্যকাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক আতাউৰ ৰহমান, জিলা সভাপতি প্ৰদীপ দে আৰু জ্যেষ্ঠ নেতা পাৰ্থৰঞ্জন চক্ৰৱৰ্তীয়ে এই প্ৰসংগত সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সম উন্নয়ন কামনা নকৰে।

কাছাৰ কংগ্ৰেছৰ নেতৃত্বই আৰু কয় যে সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে চাহ বাগান সম্প্ৰদায় আৰু সংখ্যালঘু মুছলমান লোকসকলৰ উন্নয়নৰ কথা চিন্তা নকৰে সেয়ে মন্ত্ৰীসভাত মুছলমান সম্প্ৰদায়ৰ বিধায়কজন মন্ত্ৰীত্ব লাভৰ পৰা বঞ্চিত হয়।

এইখন চৰকাৰৰ দিনত বৰাকৰ পৰা মাত্ৰ এজনেহে মন্ত্ৰীত্ব লাভ কৰাৰ বিপৰীতে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বৰাক উপত্যকাৰ পৰা বহু কেইজন বিধায়কে মন্ত্ৰীত্ব লাভ কৰিছিল বুলিও উল্লেখ কৰে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd