• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মম ৰপ্তানিৰ বাবে বাংলাদেশৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিলে এন আৰ এলে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 1:06 pm
nrl-570x320
108
VIEWS
Share on FacebookShare on Twitter

নুমলীগড় ৰিফাইনেৰী লিমিটেডে বাংলাদেশৰ এমবিটি ট্ৰেড ইন্টাৰনেশ্যনেলৰ সৈতে এনআৰএলৰ পৰা বাংলাদেশলৈ সম্পূৰ্ণ পৰিশোধিত মমবাতিৰ মম যোগানৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

বুজাবুজিৰ চুক্তি অনুসৰি নুমলীগড়ত থকা মম প্ৰকল্পৰ পৰা বাংলাদেশৰ বুৰিমাৰিলৈকে প্ৰতিমাহে ১০০-১৫০ মেট্ৰিক টন মমবাতিৰ মম যোগান ধৰা হ’ব। চুক্তি অনুসৰি এবছৰৰ বাবে এই ৰপ্তানি চলিব। নুমলীগড় ৰিফাইনেৰীয়ে প্ৰকাশ কৰা এক বিবৃতিত এইদৰে কোৱা হৈছে।

বুজাবুজিৰ চুক্তিখন যোৱা ১৯ মাৰ্চত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মহা প্ৰৱন্ধক( বিপণন ) সুব্ৰত দাস আৰু এমবিটি ট্ৰেড ইন্টাৰনেশ্যনেলৰ স্বত্ত্বাধিকাৰী এবিএম মুস্তাক হুছেইনৰ মাজত স্বাক্ষৰিত হয়।

এন আৰ এলৰ মম এছিয়া, আফ্ৰিকা, আমেৰিকা আৰু ইউৰোপকে ধৰি বিশ্বৰ ২৫ খন দেশত ৰপ্তানি হয়।

নুমলীগড় ৰিফাইনেৰীৰ মম প্ৰকল্পটো এটা বৃহৎ উদ্যোগ আৰু ই উৎপাদন কৰা মমৰ দেশৰ লগতে দেশৰ বাহিৰতো প্ৰচুৰ চাহিদা আছে।

Recent News

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

লালুৰ পৰিয়ালবাদৰ বিৰুদ্ধে যুঁজত নীতিশৰ পুত্ৰ হ’ব এনডিএৰ মুখ! নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

গুৱাহাটীৰ মাজ-মজিয়াত যুৱতীৰ ৰহস্যজনক মৃত্যু! দূৰ সম্পৰ্কীয় মোমায়েকে প্ৰেমৰ জালত পেলাই ধন-সম্পত্তি দাবীৰ অভিযোগ পৰিয়ালৰ

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

উৰিষ্যাৰ সমুদ্ৰ তীৰত লোমহৰ্ষক ঘটনা : প্ৰেমিকৰ সমুখতে দলৱদ্ধ ধৰ্ষণ যুৱতীক, গ্ৰেপ্তাৰ ৮ পৰ্যটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd