DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাটিৰ গৰাকীসকলে বিকাশৰ বাবে অনুমতি দিয়া উচিতঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 11:42 am
মাটিৰ গৰাকীসকলে বিকাশৰ বাবে অনুমতি দিয়া উচিতঃ  নাগালেণ্ডৰ মুখ্যমন্ত্ৰী

জালুকীৰ সদৰ কাৰ্যালয়ক অতিৰিক্ত উপায়ুক্তৰ মুখ্য কাৰ্যালয় হিচাপে উন্নীত কৰা আনুষ্ঠানিক কাৰ্যসূচীত ভাষণ দিছে মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে

91
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে বৃহস্পতিবাৰে কয় যে মাটিৰ গৰাকীসকলে কোনো সংকোচ নকৰাকৈ তেওঁলোকৰ মাটিসমূহ উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰৰ অনুমতি দিব লাগে। কিয়নো আন্তঃগাঁথনিয়ে নিশ্চিতভাৱে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব আৰু ভৱিষ্যতে বিকাশ কঢ়িয়াই আনিব।

জালুকীক অতিৰিক্ত উপায়ুক্তৰ মুখ্যকাৰ্যালয় হিচাপে উদ্বোধন কৰি তেওঁ কয় যে প্ৰকৃত উন্নয়ন পাবলৈ হ’লে জনসাধাৰণে চৰকাৰক সকলো দিশতে সহযোগ কৰিব লাগিব।

জেলিয়াঙে সামূহিক প্ৰচেষ্টাইহে ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিব আৰু উন্নয়নমূলক কামৰ বাবে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ মানসিকতা সৃষ্টি কৰিব লাগিব বুলি কয়। লগতে তেওঁ কয় যে জনসাধাৰণৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ কথা যেতিয়া আহে আমি নেতিবাচক চিন্তাবোৰ পৰিত্যাগ কৰা উচিত।

নাগালেণ্ডৰ শইচ ক্ষেত্ৰৰ হৃৎপিণ্ড হিচাপে পৰিচিত জালুকীৰ সুখ্যাতিক সংৰক্ষণ কৰাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ৰাজ্যখনৰ আন ঠাইলৈ আনকি ৰাজ্যৰ বাহিৰলৈও ৰপ্তানি কৰিব পৰা যায়।

তেওঁ ৰাইজক জনায় যে এক কোটি টকাৰ ওপৰৰ কামৰ নিৰ্দেশৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনোৱা ই-টেণ্ডাৰিং তথা গ্ল’বেল টেণ্ডাৰিং ব্যৱস্থা ৰূপায়ন কৰা হৈছে। ম’নৰ টিজিটৰ পৰা পেৰেন ৰ খেলমালৈ নাগালেণ্ড এক্সপ্ৰেছ হাইওৱে আৰু অৰুণাচল ট্ৰাংক ৰোডৰ ক্ষেত্ৰত গ্ল’বেল টেণ্ডাৰিং ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বুলি তেওঁ উদাহৰণ দাঙি ধৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক প্ৰয়াত নামগেঙহেইং কেউও, আইকেইশ্বিং, কেনছেম আদিৰ দৰে কিংবদন্তি জেলিয়াং নেতাসকলক স্মৰণ কৰিবলৈ আহ্বান জনাই বাণিজ্যিক চহৰ ডিমাপুৰ আৰু ৰাজ্যিক ৰাজধানী কোহিমাৰ নিকটতম বৰ্তমানৰ জালুকীত এখন নগৰাঞ্চল গঢ়ি তোলাৰ পোষকতা কৰে।

প্ৰশাসনিক মুখ্য কাৰ্যালয় উন্নীতকৰণ কৰাৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে বৰ্দ্ধিত জনসংখ্যাৰ প্ৰয়োজনীয় বিভিন্ন বিষয়ৰ মোকাবিলা কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

 

Recent News

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd