• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত আবকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ বিলাতী সুৰা, তিনিজনক আটক

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , July 13, 2018 6:46 pm

1 min read

মাৰ্ঘেৰিটাত আবকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ বিলাতী সুৰা, তিনিজনক আটক

প্ৰতিনিধিত্বমূলক ফটো

105
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন ঠাইত চলি থকা অবৈধ চুলাই মদ, বিলাতী সুৰাৰ ব্যৱসায়ীৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আবকাৰী বিভাগে আজি পুনৰ এক অভিযান চলায়।

উল্লেখযোগ্য যে আজিৰ এই অভিযান কালত মাৰ্ঘেৰিটা আবকাৰী বিভাগে তিনিজনকৈ অবৈধ সুৰা ব্যৱসায়ীক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকে গোপন স্থানত লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাও জব্দ কৰিবলৈ সক্ষম হয়।

মন কৰিব লগীয়া যে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্থানত চলি থকা মদৰ অবৈধ বেহাই সামাজিক বাতাবৰণ বিনষ্ট কৰা বুলি স্থানীয় ৰাইজে পূৰ্বৰে পৰা অভিযোগ উত্থাপন কৰি আহিছিল।

আৰু স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে আবকাৰী বিভাগে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কেইবাখনো লাইন হোটেল, ধাবা, পান দোকান আদিত অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে বিশেষকৈ পাৱৈ ৰে’ল গেটৰ ওচৰত থকা লাইন হোটেল সমূহত তালাচী চলাই অবৈধ ভাবে মজুত কৰি ৰখা বিলাতী মদৰ লগতে মনিষ পাল(৩২), কানাই প্ৰসাদ(৬০) আৰু কিষান দেউ গড়(২৫) নামৰ সুৰা ব্যৱসায়ী কেইজনক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

ইফালে ডিগবৈ ১ নং গোলাইত থকা পালেংবাৰী ধাবা, গোলাবাৰী ধাবা, স্প্লীটভিল্লা ধাবা, পাৰ্কইন ধাবাত অতৰ্কিতে অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd