• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যপাল নিৰ্ভয় শৰ্মাক বিদায় সম্বৰ্ধনা মিজোৰাম চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2018 1:22 pm
mizoram
95
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) নিৰ্ভয় শৰ্মাক সোমবাৰে চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জনোৱা হয়।

বিগত ২০১৫ চনৰ মে’ মাহৰ পৰা ৰাজ্যখনৰ ৰাজ্যপালৰ দায়িত্ব বহন কৰা শৰ্মাৰ কাৰ্যকালৰ অন্ত পৰিছিল সোমবাৰে।এই উপলক্ষে আইজলৰ ৰাজভৱনত অনুষ্ঠিত এটি সম্বৰ্ধনা অনুষ্ঠানত মুখ্য মন্ত্ৰী লালথানহাওলা, তেওঁৰ কেবিনেট সতীৰ্থ, শীৰ্ষ বিষয়া আদিকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত আছিল।

বিদায় সম্বৰ্ধনা অনুষ্ঠানটোত আৱেগিক হৈ পৰা শৰ্মাই মিজোৰামবাসীক উচ্চ প্ৰশংসা কৰাৰ লগতে ৰাজ্যখনৰ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ পাই যথেষ্ট সুখী বুলি প্ৰকাশ কৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নিৰ্ভয় শৰ্মা হৈছে ৰাজ্যখনৰ ২২ সংখ্যক ৰাজ্যপাল।

উল্লেখযোগ্য যে কেৰালা বিজেপিৰ সভাপতি কে ৰাজশেখৰণক ইতিমধ্যে পাহাৰীয়া ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি আজি মিজোৰামৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিব ৰাজশেখৰণে।

প্ৰায় ৭০ৰ দশকৰ পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতে জড়িত হৈ পৰা কে ৰাজশেখৰণ সংঘৰ এগৰাকী একনিষ্ট কৰ্মী হিচাপে পৰিচিত।২০১৫ চনৰ ১৮ ডিচেম্বৰৰ পৰা কেৰালা বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি থকা ৰাজশেখৰণক নিৰ্বাচনৰ পূৰ্বে মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰ।

 

Recent News

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

ইউক্ৰেইনৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে ৰাছিয়াৰ সেনা! যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই প্ৰথম, দাবী মস্কোৰ

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

দৈনিক বাদাম খোৱাৰ আছে অনেক উপকাৰিতা! আজিয়েই জানি থওক

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd