• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য চাবলৈ পুৰণিগুদামত ভিৰ বিভিন্ন প্ৰান্তৰ উৎকণ্ঠিত লোকৰ

ইচ্ছুক লোকে সহযোগ কৰিবলৈ একাউণ্ট নম্বৰ মুকলি

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
April 27, 2019 10:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰণিগুদামত অব্যাহত থকা শতবছৰ গৰকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে  নগাঁৱৰ পুৰণিগুদামত ভিৰ কৰিছেহি।

পূৰ্বতে নোহোৱা এনে পৌৰাণিক কীৰ্তিস্তম্ভ স্থানান্তৰকৰণ প্ৰক্ৰিয়া ওপৰত পৰ্য্যবেক্ষণ কৰিবৰ বাবে চৰকাৰৰ গড়কাপ্তানি বিভাগেও প্ৰেৰণ কৰিছে বিভাগীয় কৰ্মচাৰী তথা কাৰিকৰী অভিযন্তা। এইসূত্ৰে চৰকাৰী নিৰ্দেশ মৰ্মে যোৰহাট গড়কাপ্তানি বিভাগৰ যান্ত্ৰিক ক্ষেত্ৰৰ দুই কাৰিকৰী বিষয়া ইতিমধ্যেই পূৰ্বৰ স্থানৰ পৰা প্ৰায় ৪৫ ফুট স্থানান্তৰ হোৱা মিনাৰটোৰ পুংখানুপুংখ পৰ্য্যবেক্ষণ কৰি তথ্য আহৰণ কৰে যাতে ভৱিষ্যতে অসমত প্ৰয়োজনবসত চৰকাৰী ভাবে কোনো প্ৰাচীন কীৰ্তিস্তম্ভ তথা চৰকাৰী আবাস পুনঃসংস্থাপিত কৰিব পৰা যায়।

Apply Now

ইফালে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য নিৰ্মল চৌধুৰীয়ে গুৱাহাটীৰ পৰা আহি এই বিৰল দৃশ্য পৰিদৰ্শন কৰি উৎফুল্লিত হৈ পৰাৰ লগতে ঐক্য-সম্প্ৰীতিৰ প্ৰতীক স্বৰূপে শতবছৰ ধৰি পুৰণিগুদামত শিৰ উচ্চ কৰি থকা মিনাৰটোৰ উচিত সংৰক্ষণৰ বাবে সমূহ ৰাইজে কৰা ঐক্যান্তিক প্ৰচেষ্টাৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ১৯০২ চনতে স্থানীয় ছাজিদুৰ ৰহমান নামৰ এজন লোকৰ মাতৃৰ আৰ্থিক অনুদানৰে বৰ্তমানৰ বাংলাদেশৰ ঢাকাৰ এজন প্ৰসিদ্ধ ৰাজমিস্ত্ৰীৰ তত্ত্বাৱধানত ৰংঘৰ আৰু কামাখ্যা মন্দিৰৰ আৰ্হিত নিৰ্মাণ হৈছিল মিনাৰটো। কিন্তু এই মিনাৰটোৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা নাছিল লোৰ ৰদ, চিমেণ্টৰ ঠাইত ব্যৱহাৰ কৰিছিল হাঁহকণী, মাটিমাহ, বৰা চাউল, ধূণা আদিৰ মিশ্ৰন।

অৱশ্যে এতিয়াও প্ৰায় ৩৫ ফুট স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া বাকী যাৰ বাবে প্ৰয়োজন অধিক অৰ্থৰ। গতিকে এই ঐতিহাসিক ঘটনাৰ অংশীদাৰ হ’বৰ বাবে অসমৰ ইচ্ছুক শুভাকাংক্ষীক পুৰণিগুদাম স্থিত UBI-ৰ একাউণ্ট নম্বৰ 0640010335300-ত (IFSC: UTBI0PGMG11) আৰ্থিক অনুদান আগবঢ়াব পৰাকৈও সুবিধা কৰিছে সামগ্ৰিকভাবে মিনাৰ স্থানান্তৰকৰণৰ উদ্যোগ হাতত লোৱা স্থানীয় অঞ্জুমান-ই-ইছলামীয়াৰ কৰ্তৃপক্ষই।

লগতে বতৰ ঠিক থাকিলে আগন্তুক এসপ্তাহৰ ভিতৰতে নিৰ্ধাৰিত স্থানত মিনাৰটো সংস্থাপিত কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে অঞ্জুমান-ই-ইছলামীয়াৰ বিষয়ববীয়াই।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd