• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ ডেডলাইন পাৰ হৈ যোৱাৰ পিছতো টিহুত গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ ১০ শতাংশও সম্পূৰ্ণ নহ’ল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2018 10:09 am
189
VIEWS
Share on FacebookShare on Twitter

বাৰিষাৰ পূৰ্বে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ সকলো আঁচনিৰ কাম তথা মথাউৰি নিৰ্মাণৰ সকলো কাম ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্য মন্ত্ৰীৰ এই নিৰ্দেশক কোনো ধৰণৰ কেৰেপ নকৰে জলসম্পদ বিভাগে। এই কথা প্ৰমাণ কৰিছে নলবাৰী জিলাৰ টিহুত চলি থকা জিঅ’বেগ আঁচনিৰ কাম বৰ্তমানো সম্পূৰ্ণ হৈ নুঠা কাৰ্যই।

উল্লেখযোগ্য যে টিহু নদীৰ পাৰৰ এক নম্বৰ ৱাৰ্ড আৰু ভদ্ৰকুছি এলেকাত দীৰ্ঘদিন ধৰি টিহু নদীয়ে সৃষ্টি কৰি অহা প্ৰবল গৰাখহনীয়াই অঞ্চলবাসী ৰাইজক ব্যাপক ক্ষতি সাধন কৰি আহিছে। ফলত স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল।

ফলত পৰৱৰ্তী সময়ত জলসম্পদ বিভাগৰ দ্বাৰা জিঅ’বেগ আঁচনিৰ অধীনত দুই কোটি টকা ব্যয় সাপেক্ষে টিহু নদীৰ দুয়ো পাৰত সৃষ্টি হোৱা গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম আৰম্ভ কৰা হয়। লগতে উক্ত আঁচনি ৰূপায়ণৰ বাবে পাঁচটা ঠিকাদাৰ গোষ্ঠীয়ে কামৰ আবণ্টন লাভ কৰিছিল বুলি জানিব পৰা গৈছে।

কিন্তু তাৎপৰ্যপূৰ্ণভআৱে পাঁচটা ঠিকাদাৰ গোষ্ঠীৰ ভিতৰত এটা ঠিকাদাৰ গোষ্ঠীয়েহে গৰাখহনীয়াৰ দুই ঠাইৰ মাত্ৰ ৯৪ মিটাৰ কাম সম্পন্ন কৰিছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে বাকী থকা ১৭৩ মিটাৰ গৰাখহনীয়াৰ ১০ শতাংশ কামো সম্পন্ন হোৱা নাই। মুখ্য মন্ত্ৰীৰ ৩০ এপ্ৰিলৰ ভিতৰত সকলো বান গৰাখহনীয়া প্ৰতিৰোধৰ কাম সম্পন্ন কৰাৰ নিৰ্দেশ থকাৰ পিছতো টিহুত জিঅ’বেগৰ কাম সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজ ক্ষুভিত হৈ পৰিছে।

লগতে স্থানীয় ৰাইজে অঞ্চলটোৰ বাসিন্দাসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি গৰাখহনীয়া প্ৰতিৰোধৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাব দাবী জনাইছে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd