DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

মুখ্য মন্ত্ৰী পৱন চামলিঙে উদ্বোধন কৰিলে ৰাজ্যখনৰ প্ৰথমটো জি এছ টি পৰামৰ্শ সেৱা কাৰ্যালয়  

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 4:14 pm
pawan singh chamling
91
VIEWS
Share on FacebookShare on Twitter

শণিবাৰে ছিকিমৰ গেংটক চহৰত ৰাজ্যখনৰ প্ৰথমটো গুডছ এণ্ড চাৰ্ভিচেজ টেক্স চমুকৈ জি এছ টি পৰামৰ্শ সেৱা কাৰ্যালয় উদ্বোধন কৰে মুখ্য মন্ত্ৰী পৱন সিঙ চামলিঙে।

উদ্বোধনী অনুষ্ঠানৰ সময়তে উক্ত জি এছ টি পৰামৰ্শ সেৱা কাৰ্যালয়টো আৰম্ভ কৰা ১৮ গৰাকী যুৱকক মুখ্য মন্ত্ৰী চামলিঙে শুভেচ্ছা প্ৰদান কৰে।

ইয়াৰ উপৰি জি এছ টি সম্পৰ্কে জনসাধাৰণক অৱগত কৰোৱাৰ লগতে যুৱকসকলক যাতে আকৃষ্ট কৰিব পাৰে তাৰ বাবে এই দলটোক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

মুখ্য মন্ত্ৰী চামলিঙে ৰাজ্যখনৰ যুৱ প্ৰজন্মই এনেধৰণৰ নতুন আৰু প্ৰগতিশীল উদ্যোগ গ্ৰহণ কৰা বাবে সন্তুষ্টি প্ৰকাশ কৰে। তাৰোপৰি এনেধৰণৰ উদ্যোগৰ বাবে নতুন নতুন আঁচনিসমূহ সম্পূৰ্ণ সফলতা অৰ্জন কৰিব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত নতুন নতুন ধাৰণাৰে যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহৰো সঠিক ব্যৱহাৰ কৰিবলৈ চামলিঙে যুৱ প্ৰজন্মক অনুৰোধ জনায়।

উল্লেখযোগ্য যে উক্ত জি এছ টি কাৰ্যালয়টোত সাধাৰণ পঞ্জীকৰণৰ লগতে কৰ পৰিশোধ আৰু পেমেণ্ট সেৱাৰ লগতে সকলো ধৰণৰ জি এছ টি সম্পৰ্কীয় কথা জানিবলৈ পোৱা যাব।

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd