• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ বিশিষ্ট ব্যৱসায়ী তথা মানৱপ্ৰেমী হুনছেন লিংডোৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2018 12:12 pm
হুনছেন লিংডোৱে শ্বিলঙত তেওঁৰ ভিনটেজ গাড়ীখন চলোৱাৰ মুহূৰ্তত। ফাইল ফটো

হুনছেন লিংডোৱে শ্বিলঙত তেওঁৰ ভিনটেজ গাড়ীখন চলোৱাৰ মুহূৰ্তত। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ বিশিষ্ট ব্যৱসায়ী তথা মানৱপ্ৰেমী ব্যক্তি আৰু হুনছেন লিংডো আৰ্থ ম’ভিং এণ্ড হউলিং চাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক হুনছেন লিংডোৰ মৃত্যু প্ৰয়াণ ঘটিছে। বাৰ্দ্ধক্যজনিত ৰোগত মৃত্যু হোৱা হুনছেনৰ বয়স হৈছিল ৮৪ বছৰ।

দূৰদৃষ্টি সম্পন্ন এগৰাকী গতিশীল তথা কৰ্মপ্ৰাণ ব্যক্তি  লিংডোৱে তেওঁৰ গৃহ ৰাজ্য মোঘালয়ৰ ভিতৰুৱা অঞ্চলৰ কেইবাটাও ৰাস্তা নিজৰ ধনেৰে নিৰ্মাণ কৰিছিল। গাওঁবাসীয়ে ইচ্ছাকৃতভাৱে সেই পথসমূহক হুনছেন পথ বুলি উল্লেখ কৰিছিল।

Apply Now

হুনছেন লিংডোৰ এখন ৰঙা ৰঙৰ ১৯০৪ ফৰ্ড টি গাড়ী ৰিচাৰ্ড এটেনবৰোৰ বিখ্যাত ছবি ‘গান্ধী’ত ব্যৱহাৰ কৰা হৈছিল। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল প্ৰসিদ্ধ অভিনেতা বেন কিনছলেই।

চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণৰ সময়ত লিংডোৱে এদিনৰ বাবেও  তেওঁৰ সেই গাড়ীখন এৰি আঁতৰি থকা নাছিল আৰু  চিত্ৰগ্ৰহণৰ সেই সময়ছোৱাৰ এমাহতকৈয়ো ্ধিক কাল নতুন দিল্লীত আছিল।

হুনছেনে ১৯৬০ চনত এই গাড়ীখন এগৰাকী ব্ৰিটিছ নাগৰিকৰ পৰা মাত্ৰ  ২৫০ টকাত ক্ৰয় কৰিছিল।

অতি সযতনেৰে ৰখা এই গাড়ীখন চাবলৈ নাগৰিকসকলে হেতা ওপৰা লগাইছিল যেতিয়া শতিকা পুৰণি শুৱনি গাড়ীখনৰ চালকৰ আসনত বহি ৰাজকীয় ভংগিমাৰে হুনছেনে কেইবছৰমান আগতে ভিনটেজ কাৰ ৰেলিত শ্বিলঙৰ ৰাজপথত ওলাই আহিছিল।

২০১৫ চনত হুনছেন লিংডোক স্কাউট এণ্ড গাইড আন্দোলনত যোগোৱা বৰঙণিৰ স্বীকৃতি হিচাপে চিলভাৰ এলিফেন্ট এৱাৰ্ড আগবঢ়োৱা হৈছিল। সেই বছৰতে লিংডোৱে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অষ্ট্ৰেলিয়া, কোৰিয়া, মালয়েছিয়া, ছিংগাপুৰ, টাইৱান আৰু বাংলাদেশৰ পৰা অহা আন ১৫ গৰাকী ব্যক্তিৰ সৈতে তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীৰ পৰা বঁটা গ্ৰহণ কৰিছিল।

হুনছেন লিংডোৱে ভাৰতৰ তদানীত্বন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীৰ পৰা চিলভাৰ এলিফেন্ট বঁটা গ্ৰহম কৰাৰ মুহূৰ্তত
হুনছেন লিংডোৱে ভাৰতৰ তদানীত্বন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীৰ পৰা চিলভাৰ এলিফেন্ট বঁটা গ্ৰহণ কৰাৰ মুহূৰ্তত

মেঘালয়ৰ স্কাউট এণ্ড গাইড সমাজৰ মাজত লিংডোক মৰমেৰে ‘পিতৃ’ বুলি সম্বোধন কৰা হৈছিল। ১৯৮২চনত মুখ্য কাৰ্যালয়ৰ আয়ুক্ত হিচাপে তেওঁৰ স্কাউটৰ   কেৰিয়াৰ আৰম্ভ হৈছিল আৰু মৃত্যুৰ সময়লৈকে ৰাজ্যৰ সংস্থাটোৰ কামকাজত তেওঁ সহযোগিতা আগবঢ়াই আহিছিল।

সেই একে বছৰতে হুনছেন লিংডোক সামাজিক উদ্যোগ গ্ৰহণৰ বাবে পঞ্চম উত্তৰ-পূব উপভোক্তা বঁটা সংস্থাই জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।

ৰিচাৰ্ড এটেনব’ৰোৰ সৈতে হুনছেন লিংডোৰ বন্ধুত্ব ইমান নিকট আছিল যে প্ৰয়াত পৰিচালকগৰাকীয়ে মেঘালয়ৰ মাতৃতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে এখন তথ্যচিত্ৰ নিৰ্মাণৰ তেওঁৰ পৰিকল্পনাৰ বিষয়ে লিংডোক অৱগত কৰিছিল।

এটেনব’ৰোই আমাৰ চহকী সংস্কৃতিৰ বিষয়ে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিব বিচাৰিছিল। তেওঁ খাচী সংস্কৃতিৰ বিষয়ে প্ৰাথমিক জ্ঞান আহৰণৰ বাবে আমাৰ পাহাৰলৈ আহিবলৈ অতি আগ্ৰহী হৈ পৰিছিল। ২০১৪ চনত বিশিষ্ট পৰিচালকগৰাকীৰ মৃত্যুৰ সময়ত লিংডোৱে এই কথা প্ৰকাশ কৰিছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd