• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোবাইল লাগে যাৱজ্জীৱন কাৰাবাস খাটি থকা নিৰঞ্জন হোজাইক : গোপনে যোগান ধৰিবলৈ যাওঁতেই এজনক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 20, 2018 8:40 pm

1 min read

Niranjan-Hojai

নিৰঞ্জন হোজাই (মাজৰজন)। ফাইল ফটো।

88
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰিত অভিযুক্ত আৰু বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি হৈ থকা ডি এইচ্ছ ডি (জে)ৰ সেনাধ্যক্ষ নিৰঞ্জন হোজাইক আজি গোপনে ম’বাইল ফ’ন যোগান ধৰাৰ চেষ্টা কৰোঁতে গ্ৰেপ্তাৰ হ’ব লগীয়া হয় এজন যুৱক। জানিব পৰামতে, জয়জিত নাইদিং নামৰ এই যুৱকজনে কাৰাৰুদ্ধ হোজাইক যোগান ধৰিবলৈ চাৰিটাকৈ ম’বাইল আনিছিল।

কিন্তু আৰক্ষীৰ হাতত ধৰা পৰে যুৱকজন। বৰ্তামান বশিষ্ঠ আৰক্ষীৰ জিম্মাত থকা যুৱকজনে নিৰঞ্জন হোজাই তেওঁৰ মোমায়েক বুলি দাবী কৰিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তেওঁৰ হাতত মুঠ ৬টা মোবাইল আছিল। ইয়াৰে দুটা নিজৰ বুলি দাবী কৰিছে যুৱকজনে। তেওঁৰ পৰা আৰক্ষীয়ে মোবাইল ফোনৰ বাহিৰেও এখন ইন’ভা গাড়ীও জব্দ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে ৮৭৭/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰা বুলি জনায় সূত্ৰটোৱে।

উল্লেখযোগ্য যে উত্তৰ-কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত পৰিষদৰ ১০০০ কোটিটকীয়া কেলেংকাৰিত জড়িত নিৰঞ্জন হোজাই যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত দিন কটাইছে।

তেওঁ এসময়ৰ ডি এইচ্ছ ডি (জে)ৰ সেনাধ্যক্ষ থকাৰ লগতে কাৰাগাৰ যোৱাৰ আগ মুহূৰ্তলৈকে বিজেপিৰ দলৰ পৰা নিৰ্বাচিত ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী সদস্য আছিল।

নিয়াৰ বিশেষ আদালতে আন কেইবাজনকে ধৰি তেওঁকো ১০০০ কোটি টকীয়া কেলেংকাৰিটোৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড দিছিল আৰু তেতিয়াৰ পৰাই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে।

Recent News

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd