DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

মোহন বাগান আৰু চিলং লাজং এফ চিৰ খেল ১-১ৰে দ্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 12:16 pm
124
VIEWS
Share on FacebookShare on Twitter

কলকাতাৰ অপ্ৰতিৰোধ্য মোহন বাগান আৰু উত্তৰ-পূব ফুটবলৰ চিনাকী নাম তথা শক্তিশালী চিলং লাজং এফ চিৰ মাজত হোৱা চতুৰ্থ ৰাউণ্ডৰ আই-লীগৰ খেলখন দ্ৰৰে সমাপ্তি ঘটে। কালি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই উত্তেজনাপূৰ্ণ খেলখনত দুয়োটা দলে পেনাল্টিৰ জৰিয়তে গল দিবলৈ সক্ষম হয়। আৰম্ভণিতে আক্ৰমক খেলৰ জৰিয়তে পেনাল্টি লাভ কৰি ঘৰুৱা দলক ডিকাই ১২ মিণিটতে গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰিছিল। খেলৰ ৭২ মিণিটত লাজঙৰ হৈ ছেমুৱেলাই গল কৰি খেলখনত সমতা স্থাপন কৰে।

লক্ষ্যণীয় যে প্ৰথমাৰ্ধত লাজং এফ চিয়ে বেছিভাগ সময়ে বল নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হৈছিল যদিও বাৰে বাৰে গল কৰাত ব্যৰ্থ হৈছিল আৰু তেনেকৈয়ে খেলৰ প্ৰথম ৪৫ মিণিটৰ অন্ত পৰিছিল। দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত লাজঙে অধিক আক্ৰমণাত্মক হৈ পৰে আৰু ৭২ মিণিটত পেনাল্টীৰ জৰিয়তে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। খেলখনৰ শেষৰ ফালে বাগানৰ খেলুৱৈ কিংছলিয়ে লাজঙৰ খেলুৱৈ ছেমুৱেলৰ ওপৰত কৰা ফাউলৰ বাবে ৰেফাৰীয়ে ৰঙা কাৰ্ড দিয়ে। ফলত খেলখনৰ বাকী সময়খিনি মোহন বাগানে ১০ জন খেলুৱৈৰে খেলে। ১০জনৰ বিপৰীতে ১১জন খেলুৱৈ থকা লাজঙে ইয়াৰ সদ-ব্যবহাৰ কৰাত ব্যৰ্থ হয়। আৰু অৱশেষত খেলখন ১-১ গলেৰে পৰিসমাপ্তি ঘটে। দ্ৰৰে সমাপ্ত হোৱা খেলখনৰ পিছত ১ পইন্ট লাভ কৰি মোহন বাগানে পৰৱৰ্তি ১৮ ডিচেম্বৰত হ’বলগীয়া খেলত নৰ্থ-ইষ্ট দাৰ্বিত আইজলৰ বিপক্ষে যুজত নামিব।

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd