• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

শিলিগুড়িৰ পৰা আমদানি কৰা অজৈৱ শাক-পাচলি পুতিলে ছিকিমে

NE NOW NEWS সাগৰ চেত্ৰী
গেংটক , April 11, 2018 9:55 pm

1 min read

inorganic-vegetables-570x320
76
VIEWS
Share on FacebookShare on Twitter

বুধবাবে ছিকিমৰ উদ্যান শস্য বিভাগে গেংটকৰ লালবজাৰ কেইখনমান দোকামৰ পৰা জব্দ কৰা অজৈৱ পদ্ধতিৰে উৎপাদিত শাক-পাচলি পুতি পেলাইছে। এই শাক-পাচলিখিনি শিলিগুড়িৰ পৰা অনা হৈছিল। নিষিদ্ধ এই শাক-পাচলিখিনি পূব ছিকিমৰ মাজহিতাৰত থকা উদ্যান শস্য বিভাগৰ চৌহদত পোতা হয়।

উললএখ্য যে কেইবিধমান তালিকাভুক্ত শাক-পাচলি আৰু ফল-মূল বাহিৰৰ পৰা আমদানিৰ ক্ষেত্ৰত ছিকিম চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

লালবাজাৰত উদ্যান শস্য বিভাগে অভিযান চলাই বিপুল পৰিমাণৰ শাক-পাচলি জব্দ কৰিছিল যিখিনিৰ আনুমানিক মূল্য প্ৰায় ২.৫ লাখ টকা।

বিভিন্ন দল সংগঠনে চৰকাৰৰ এই প্ৰতিবন্ধকতাৰ বিৰুদ্ধে সৰৱ হৈ পৰি কৈছে যে এয়া চৰকাৰৰ উদ্দেশ্যধৰ্মী প্ৰচাৰ অভিযানৰ এটা অংশ।

উল্লেখ্য যে ছিকিমৰ স্থানীয় বজাৰত চাহিদা অনুপাতে যোগান কম হোৱা বাবে ছিকিম চৰকাৰে অজৈৱভাৱে উৎপাদন কৰা গাজৰ, বিলাহী আৰু সেউজীয়া জলকীয়াৰ ওপৰত থকা প্ৰতিবন্ধকতা আঁতৰাই দিছিল।

২৭ বিধ অজৈৱভাৱে উৎপাদিত কৃষিজাত আৰু উদ্যানশস্য জাত সামগ্ৰীৰ বিক্ৰি আৰু ক্ৰয় ১ এপ্ৰিলৰ পৰা বলৱৎ হোৱাকৈ ছিকিম চৰকাৰে নিষিদ্ধ কৰিছিল।

Recent News

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

a Rahul_Gandh

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd