• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

শিল্পকৰ্মীসকলক উদ্যমী হোৱাৰ লগতে স্বনিৰ্ভৰশীল মাৰ্কেট পাৰ্ছন হ’বলৈ আহ্বান অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা নীলম মিশ্ৰৰ

NE NOW NEWS প্ৰণৱ কুমাৰ দাস
তেজপুৰ , May 1, 2018 10:25 pm

2 min read

State First Lady Governor's wife, Visit to RDC
73
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ প্ৰথম মহিলা, অৰ্থাৎ ৰাজ্যপাল বি ডি মিশ্ৰৰ পত্নী নীলম মিশ্ৰই আজি ৰাজ্যখনৰ শিল্পকৰ্মীসকলক কষ্টস্বীকাৰ আৰু উদ্যমিতা গঢ় দিয়াৰ লগতে স্বনিৰ্ভৰশীল মাৰ্কেট পাৰ্ছন হ’বলৈ আহ্বান জনায়।

দৈমুখত থকা ৰাজ্যখনৰ টেক্সটাইল আৰু হেণ্ডিক্ৰাফট বিভাগৰ অধীনত থকা আটাইতকৈ পুৰণি ঔদ্যোগবোৰৰ ভিতৰত এটা- ‘ৰিছাৰ্চ আৰু ডিজাইনিং চেণ্টাৰ’ ভ্ৰমণ কৰোতে তাত লগ পোৱা বয়ন আৰু অন্যান্য শিল্পকৰ্মীসকলক তেওঁ এই আহ্বান জনায়। নীলম মিশ্ৰই উদ্যোগটোৰ বয়ন, এম্ৰইডাৰি, নিটিং, কাৰ্পেট নিৰ্মাণ, কাঠৰ খোদাই, কাৰ্পেনট্ৰি আৰু পেইণ্টিং আদি বিভিন্ন বিভাগবোৰ পৰিদৰ্শন কৰে আৰু বিষয়া, কৰ্মী, প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থী আদিৰ সৈতে মত বিনিময় কৰে।

পৰিদৰ্শনকালত ৰাজ্যখনৰ প্ৰথম মহিলাগৰাকীয়ে ভাস্কৰসকল আৰু প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলক পৰম্পৰাগত নক্সাবোৰৰ ওপৰত নৱ-সংযোজনৰ সৈতে কাম কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে বয়ন, কাঠৰ খোদাই আৰু কাৰ্পেট নিৰ্মাণ আমাৰ ৰাজ্যখনৰ প্ৰায় প্ৰতি ঘৰতে আছে। কিন্তু আমাৰ কুটীৰ শিল্পীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ দাম একেবাৰে কম পায়। তেওঁ প্ৰশিক্ষাৰ্থীসকল কষ্ট কৰাৰ লগতে নিজৰ মাজত উদ্যমিতা বৃদ্ধি কৰি আৰু নিজৰ বাবে নিজেই এজন ভাল মাৰ্কেটিং পাৰ্ছন হোৱাৰ বাবে আহ্বান জনায়।

তেওঁ কেন্দ্ৰটোত উৎপাদিত সামগ্ৰীবোৰৰ গুণগত মানৰো প্ৰশংসা কৰে। নীলম মিশ্ৰৰ আগত পাপুমপাৰে জিলাৰ টেক্সটাইল, হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফটৰ উপ-সঞ্চালক টি চি কাপা আৰু সহ-সঞ্চালক কামান পাৰ্টিনে কেন্দ্ৰটোৰ শেহতীয়া পৰিৱৰ্তনবোৰ বিষয়ে চমুকৈ দাঙি ধৰে।

Recent News

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd