DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবীত ২৮ মাৰ্চত বৰপেটাত প্ৰতিবাদ কৰিব ছাত্ৰ মুক্তিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 2:43 pm
800

প্ৰতিনিধিত্বমূলক ফটো

84
VIEWS
Share on FacebookShare on Twitter

শিক্ষাৰ ব্যক্তিগতকৰণৰ স্বাৰ্থত ৰাজহুৱা শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ ষড়যন্ত্ৰ, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিকে ধৰি  বিভিন্ন দাবীত অহা ২৮ মাৰ্চত বৰপেটা চহৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষাকে ধৰি শিক্ষাৰ সৈতে জড়িত বিভিন্ন সমস্যা সমাধানৰ দাবীত বৰপেটা  জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাওৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা  জিলা সমিতিয়ে জানিবলৈ দিছে।

এই সন্দৰ্ভত বৰপেটা  জিলা ছাত্ৰ মুক্তিৰ সম্পাদক আশ্ৰাফুল হুছেইনে কয় যে শিক্ষাৰ যি ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ আৰম্ভ হৈছে অদূৰ ভৱিষ্যতে এই শিক্ষা সমাজৰ দৰিদ্ৰ মানুহৰ বাবে সহজলভ্য নহ’ব।

চৰকাৰে শিক্ষাখণ্ডটোৰ ব্যক্তিগতকৰণৰ বাবে স্কুলসমূহত আন্তঃগাঁথনি মজবুত কৰা নাই, ইউনিফৰ্ম দিয়া নাই, প্ৰয়োজন অনুসাৰে শিক্ষক নিযুক্তি দিয়া নাই আৰু আনকি বহু ঠাইত বিদ্যালয় বন্ধ কৰিহে দিয়া হৈছে।

বহু প্ৰয়োজনীয় ঠাইত বিদ্যালয়েই নাই। এয়া প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষালৈ একেই অৱস্থা। সেয়েহে ৰাজহুৱা শিক্ষাখণ্ড বচাই ৰখাৰ দাবীত, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি, শিক্ষকৰ বদলি বন্ধ ৰখা, ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সংস্কাৰ আদিৰ লগতে আনুষংগিক আন কেতবোৰ দাবী লৈ ২৮ মাৰ্চত প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে।

বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক ৰফিকুল ইছলামে জিলা সমিতিৰ হৈ এক বিবৃতিত এই কথা জানিবলৈ দিছে। সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

 

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd