DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

স্থানীয় লোকে চীনা ভাষাত লিখা ৰহস্যজনক যন্ত্ৰ উদ্ধাৰ কৰাৰ পিছত অৰুণাচল প্ৰদেশৰ গাঁৱত আতংক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 12:32 pm
arunachal-chinese-drone_650x400_81519438448-570x320

এনডিটিভিৰ সৌজন্যত

103
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ এখন গাঁৱৰ লোকে ওপৰত চীনা ভাষাত লিখা থকা এটা লেপটপ আকৃতিৰ ধাতবীয় যন্ত্ৰ বিচাৰি পোৱাৰ পিছত গাঁৱবাসীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। এনডিটিভিৰ এক প্ৰতিবেদনত এই কথা কোৱা হৈছে।

চীনৰ তৈয়াৰী বুলি অনুমান কৰা যন্ত্ৰটো চীনৰ সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ আঁতৰৰ ৰাজ্যখনৰ কামেল জিলাৰ এখন গাঁৱত পোৱা গৈছে। স্থানীয় আৰক্ষীৰ উদ্ধৃতি দি এই বাতৰিটো পৰিৱেশন কৰা হৈছে।

ৰাজ্যখনৰ ৰাজধানী ইটানগৰৰ পৰা ১৪০ কিলোমিটাৰ আঁতৰৰ কামেল জিলাৰ এই গাঁৱখনত স্থানীয় লোকসকলে পোৱা যন্ত্ৰটো আৰক্ষীৰ মতে চীনৰ আকাশী পৰ্যবেক্ষণ যন্ত্ৰ বা উচ্চ-শিখৰৰ পৰা বতৰ নিৰীক্ষণৰ এক যন্ত্ৰ হ’ব পাৰে।

chinese-drone_650x400_51519439469-300x185
এনডিটিভিৰ সৌজন্যত

বাতৰিটোত লগতে কোৱা হৈছে যে ফৰেইচিক বিশেষজ্ঞসকলে ইয়াৰ প্ৰকৃতি আৰু উদ্দেশ্য সম্পৰ্কে অনুসন্ধান চলাই আছে।

বাতৰি অনুসৰি ইয়াৰ মাজতে নতুন দিল্লীৰ সংশ্লিষ্ট কৰ্তৃপক্ষক এই ৰহস্যজনক যন্ত্ৰটোৰ বিষয়ে অৱগত কৰা হৈছে।

বাতিৰটোত উল্লেখ কৰা অনুযায়ী অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ মতে ৰহস্যজনক যন্ত্ৰটো উদ্ধাৰ হোৱা অঞ্চলটোৰ গাঁৱখনৰ অৱস্থিতি অতি ভিতৰুৱা তথা সহজতে ঢুকি নোপোৱা আৰু কমেও পাঁচ ঘন্টা খোজকাঢ়ি যোৱাৰ পিছতহে তাত ওলাবগৈ পাৰি।

Recent News

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd