• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

স্বাস্থ্য মন্ত্ৰীৰ দ্বাৰা ছিকিম দন্ত পঞ্জীয়ণ ন্যায়াধিকৰণৰ ৱেবছাইট উন্মোচন

NE NOW NEWS সাগৰ চেত্ৰী
গেংটক , August 2, 2018 9:18 pm

1 min read

new
95
VIEWS
Share on FacebookShare on Twitter

ছিকিম দন্ত পঞ্জীয়ণ ন্যায়াধিকৰণে (ছিকিম দন্ত স্বাস্থ্য ৰক্ষা পৰিষদ) জনগণৰ সুবিধাৰ্থে এটা ৱেবছাইট উন্মোচন কৰিছে। ছিকিমৰ স্বাস্থ্যৰক্ষা, মানৱ সেৱা, আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অৰ্জুন কুমাৰ ঘাটানিয়ে এই ৱেবছাইটটো উন্মোচন কৰে। এই  উন্মোচনী সভাত ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত আৰু সচিব বিশাল চৌহান আৰু বিভাগৰ অন্যন্য বিষয়াবৰ্গ উপস্থিত আছিল।

এই অনুষ্ঠানত ভাষণ ৰাখি ছিকিমৰ স্বাস্থ্যৰক্ষা, মানৱ সেৱা, আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অৰ্জুন কুমাৰ ঘাটানিয়ে দন্ত চিকিৎসক সম্প্ৰদায়ক অভিনন্দন জ্ঞাপন কৰে আৰু ৰাইজৰ বাবে থকা বিভিন্ন সা সুবিধাৰ কথা বিভাগীয় ৱেবছাইটটোৰ জৰিয়াতে ৰাইজক অৱগত কৰিবলৈ বিভাগটোৰ বিষয়াসকলক আহ্বান জনায়।

এই ক্ষেত্ৰত ছিকিমৰ স্বাস্থ্যৰক্ষা, মানৱ সেৱা, আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা বিভিন্ন উদ্যোগৰ বিষয়ে তথ্য প্ৰকাশ কৰে আৰু কয় চলিত বৰ্ষৰ আগষ্টৰ ১ তাৰিখৰ পৰা ছাজঙত নতুনকৈ প্ৰতিষ্ঠা কৰা ফাৰ্মাচি মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম আৰম্ভ হ’ব।

তেওঁ আৰু কয় যে ছিচেইত এখন ১০০০খন বিচনাযুক্ত মাল্টি স্পেচিয়েলিটী হস্পিটেল আৰু নাৰ্ছিং মহাবিদ্যালয়ৰ নিৰ্মাণ অতি সোনকালে সমাপ্ত হ’ব।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd