• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

স্বাস্থ্য সমস্যাৰ বাবে আগন্তুক ছিকিম ভ্ৰমণ বাতিল কৰিলে দালাই লামাই

NE NOW NEWS এন ই নাও নিউজ
গেংটক , February 3, 2018 3:13 pm

1 min read

Battleground Tibet: US Act awaits amendment as China hints to choose next DalaI Lama

১৪সংখ্যক দালাই লামা তেনজিন গিয়েতছ’ৰ ফাইল ছবি।

60
VIEWS
Share on FacebookShare on Twitter

তিব্বতী আধ্যাত্মিক নেতা দালাই লামাই শুকুৰবাৰে তেওঁৰ আগন্তুক ছিকিম ভ্ৰমণ বাতিল কৰিছে। দালাই লামাৰ ছিকিম ভ্ৰমণৰ কাৰ্যসূচী অহা মাহত হোৱাৰ কথা আছিল।

এই তাৎক্ষণিক সিদ্ধান্তটো গ্ৰহণ কৰিছে চিকিৎসকে আধ্যাত্মিক নেতাগৰাকীক তেওঁৰ বয়সৰ প্ৰতি সকীয়াই দি ভ্ৰমণৰ কাৰ্যসূচীসমূহ হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়াৰ পিছতে।

ছিকিমৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ এগৰাকী বিষয়া ছেমটেম ডোলমাই দালাই লামাৰ কাৰ্যালয়ৰ সচিব টেনজেন টাকলাহাৰ পৰা  এখন মেইল লাভ কৰিছে। মেইলখনত কোৱা হৈছে যে আধ্যাত্মিক নেতাগৰাকীয়ে অহা ২০ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈকে আগন্তুক ছিকিম ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সক্ষম নহয়।

চিকিৎসকসকলে আধ্যাত্মিক নেতাগৰাকীক তেওঁৰ বৰ্দ্ধিত বয়সৰ পৰিপ্ৰেক্ষিতত ভ্ৰমণসূচী হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে আৰু অতিৰিক্ত ভ্ৰমণে তেওঁৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। ডোলমাই মেইলখনত এনেদৰে বাখ্যা আগবঢ়াইছে।

এই ভ্ৰমণে আধ্যাত্মিক নেতাগৰাকীৰ বয়স্ক শৰীৰত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকসকলৰ মতে ইতিমধ্যে ক্লান্তিৰ ছাপ পৰিছে আধ্যাত্মিক নেতাগৰাকীৰ শৰীৰত।

৮২ বছৰ বয়সীয়া বৌদ্ধ আধ্যাত্মিক নেতাগৰাকীয়ে দুমাহ ধৰি দেশখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰি ধৰ্মশালালৈ উভতি আহিছিল।

 

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd