• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতীৰ আতংকৰ পৰা সুৰক্ষা দিবলৈ ব্যৱহৃত হ’ব হোৱাটছএপ আৰু এছ এম এছ পদ্ধতি

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
January 13, 2018 9:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতীৰ আতংক তথা হাতী-মানুহৰ সংঘাত কমাবলৈ চৰকাৰে কেইটামান কাৰ্যকৰী পদক্ষেপ ল’বলৈ ওলাইছে। ইয়াৰ ভিতৰত শেহতীয়া প্ৰযুক্তিক ব্যৱহাৰ কৰাত গুৰুত্ব দিছে। বিশেষকৈ হোৱাটছ এপ আৰু এছ এম এছ পদ্ধতিৰে আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰ পদ্ধতিক অগ্ৰাধিকাৰ দিয়া হৈছে। কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ এজন বিষয়াই এই কথা সদৰী কৰিছে। ইয়াৰ লগতে হাতীৰ ৰেডিঅ’ কলাৰিঙো আছে।

উল্লেখযোগ্য যে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰামকে ধৰি সমগ্ৰ দেশৰ ১৬ খন ৰাজ্যত হাতীৰ আতংকই বিশেষ সমস্যাৰ সৃষ্টি কৰিছে।

চৰকাৰী তথ্যমতে হাতীৰ ত্ৰাসজনিত সমস্যাত ২০১৭-১৮ সময়ছোৱাত অসম দেশৰ ভিতৰত পঞ্চম স্থানত আছে।

এই সময়ছোৱাৰ ভিতৰত অসমত ৩১জন লোক হতাহত হৈছে। আনহাতে শীৰ্ষত থকা উৰিষ্যাত এই সময়ছোৱাৰ ভিতৰত ৪২ জন লোকৰ মৃত্যু হৈছে, পশ্চিম বংগত ৪১জনৰ মৃত্যু হৈছে। ঝাৰখণ্ডত ৩৮জন হতাহত হোৱাৰ উপৰি তামিল নাডুত ৩৬জনৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে যোৱা ২০১৬-১৭ সময়ছোৱাত অসমত মুঠ ৯১জন হতাহত হৈছিল, যিটো এই ক্ষেত্ৰত দেশৰ ভিতৰতে সৰ্বাধিক আছিল।

বিষয়াজনে কয় যে মন্ত্ৰ্যালয়ে হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় অভয়াৰণ্যবিলাক, বন্যপ্ৰাণী অভয়াৰণ্যবিলাকৰ উন্নয়ন, হাতীৰ গুৰুত্বপূৰ্ণ বাসস্থান চিনাক্তকৰণ, হস্তী সংৰক্ষিত বনাঞ্চল আৰু হাতীৰ কৰিড’ৰ চিনাক্তকৰণো আছে।

বিষয়াজনে আৰু লগতে কয় যে হাতীৰ সন্ত্ৰাস থকা ৰাজ্যবোৰলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা হস্তী প্ৰকল্পৰ অধীনত বিত্তীয় আৰু কৌশলগত সাহায্য আগ বঢ়োৱা হৈছে।

এই পৰ্য্যন্ত ১৪ খন ৰাজ্যত ২৯ টা হস্তী সংৰক্ষিত বনাঞ্চল আছে বুলি বিষয়াজনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে হাতীক বন্যপ্ৰাণী সংৰক্ষণ আইনৰ প্ৰথম সূচীতে ৰখা হৈছে, আৰু ইয়াক সৰ্বাধিক আইনী সুৰক্ষা দিয়া হয়।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd