• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰৰ সম্বৰ্থনা মুখ্য মন্ত্ৰী খান্দুকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিক

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
April 23, 2018 9:39 pm
pema-khandu

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ ফাইল ফটো

106
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খান্দুক হিন্দু কলেজৰ প্ৰাক্তন ছাত্ৰৰ  দ্বৰা  জনসেৱাৰ বাবে বিশিষ্ট এলুম্‌নি বঁটা প্ৰদান কৰা হয়। আইনৰ ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰেখা পল্লী, কেবিচি/কুইজ মাষ্টাৰ টিভি প্ৰযোজক সিদ্ধাৰ্থ বসুক মেডিয়াৰ বিশিষ্ট সেৱা, প্ৰধান মন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা অৰ্থনীতিবিদ ড০ অসীমা গোৱেলক অৰ্থনীতিৰ ক্ষেত্ৰত, চিকিৎসা ক্ষেত্ৰত হাড়ৰ শল্য চিকিৎসক শেখৰ অগ্ৰৱালক, এছবিআইৰ এমডি আৰু চিইঅ’ অৰিজিত বসুক কৰ্পোৰেট খণ্ডৰ উৎকৰ্ষতা, বিদেশ সেৱাৰ উৎকৰ্ষতাৰ বাবে ম্যানমাৰত নিয়োজিত ৰাষ্ট্ৰদূত বিক্ৰম মিসৰীক, বেনেট কোলমেনৰ কাৰ্যবাহী সঞ্চালক শ্ৰীজিত মিশ্ৰক কৰ্পোৰেট খণ্ডৰ উৎকৰ্ষতাৰ, ভাস্কৰ শীলা চামাৰিয়াক চাৰু শিল্পত উৎকৰ্ষতাৰ বাবে, সাহিত্যত উৎকৰ্ষতাৰ বাবে বিশিষ্ট কবি সুদীপ সেনক, কৰ্পোৰেট খণ্ডত উৎকৰ্ষতাৰ বাবে ফৰ্মুলা গ্ৰুপৰ প্ৰতিষ্ঠাপক এম ডি ৰমন নেৰুলাক চিনেমাত উৎকৰ্ষতাৰ বাবে চিত্ৰনাট্যকাৰ ৰিতেশ ছাহক, শিক্ষাৰ ক্ষেত্ৰত উৎকৰ্ষতাৰ বাবে অধ্যাপক হৰ্ষ নাভেলক চিটি হোটেলৰ এটা জাকজমকীয়া অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়।

এই অনুষ্ঠানতেই যুব প্ৰজন্মৰ বিশিষ্ট চেতাৰ বাদক ধ্ৰুব বেদীক সংগীতত উৎকৰ্ষতাৰ বাবে, দৃষ্টিহীন  অসামৰিক সেৱাৰ উৎকৰ্ষতাৰ বাবে, ব্যৱসায়িক গ্ৰন্থৰ বাবে মিলি ঐশ্বৰ্যক, প্ৰকাশনৰ ক্ষেত্ৰত পেংগুইন প্ৰকাশনক, ৰিপাব্লিক টিভিৰ জ্যেষ্ঠ সম্পাদক প্ৰতাশ সিঙক মেডিয়াৰ উৎকৰ্ষতাৰ বঁটা প্ৰদান কৰা হয়।

আয়োজকসকলে ভাৰতৰ নিৰ্বাচন আয়ুক্ত অশোক লাভাছা আৰু প্ৰফেছৰ এমিৰিটাছ অধ্যাপক এম কে জৈনক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd