• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মাক বেডমিণ্টন এচচিয়ে’শ্বন অৱ ইণ্ডিয়াৰপৰা গুচাবৰ বাবে কৰা আবেদন গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 6:11 pm
313
VIEWS
Share on FacebookShare on Twitter

অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেডমিণ্টন এচচিয়েচন অৱ ইণ্ডিয়াৰ দায়িত্বৰ পৰা আঁতৰাবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে আজি সোমবাৰে গ্ৰহণ কৰিছে।

দিল্লীৰ কমলেশ বাৰ্মা নামৰ এজন লোকে যোৱা ৩০ জানুৱাৰিত শীৰ্ষতম আদালতখনত এই ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখন দাখিল কৰিছিল।

আৱেদনখনত কোৱা হৈছে যে ভাৰতৰ ক্ৰিকে’ট নিয়ন্ত্ৰণ ব’ৰ্ড সন্দৰ্ভত ন্যায়াধীশ আৰ এম লোধাই পূৰ্বে দিয়া এটা ৰায়ত যিহেতু এজন মন্ত্ৰী বা এজন চৰকাৰী বিষয়া কোনো এটা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া হ’ব নোৱাৰে বুলি কৈছিল, গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই দায়িত্বত থকাটো বে-আইনী।

ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখনত লগতে ২০১৬ চনত বিচিচিআইৰ গোচৰটোত কৰাৰ দৰে ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যন সুচাৰুৰূপে চলিবৰ বাবে প্ৰশাসকৰ এখন কমিটী গঠন কৰিবলৈ নিৰ্দেশনা প্ৰাৰ্থনা কৰে।

আৱেদনখনত তেওঁ তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ আন আন  বিষয়ববীয়া সকলকো বৰ্খাস্তৰ অনুৰোধ জনাইছে।

লগতে মন্ত্ৰী শৰ্মাই দায়িত্ব লোৱাৰ পিছৰ পৰা বিত্তীয় লেনদেনৰ তথ্য পৰীক্ষা কৰিবলৈও আবেদনখনত অনুৰোধ জনোৱা হৈছে।

হিমন্ত বিশ্ব শৰ্মাই ২০১৭ চনৰ ২৩ এপ্ৰিলত ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতি হিচাপে দায়িত্ব লৈছিল। অসমৰ মন্ত্ৰীজন বৰ্তমান অসম বেডমিণ্টন এচচিয়ে’শ্বন আৰু এছিয়ান পেৰা বেডমিণ্টন কমিটিৰ সভাপতিৰ দায়িত্বটো আছে।

‘শৰ্মাক বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিযুক্তি দিয়াটো আৰু তেওঁক পদত বাহাল ৰখাটো, নিয়ম আৰু আইনৰ অৱমাননা হ’ব আৰু সম্পূৰ্ণকৈ জানিশুনি সংবিধানৰ  ১৪ নং দফাৰ উলংঘন হ’ব’ বুলি আবেদনখনত লগতে কোৱা হৈছে।

Recent News

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd