• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2025 8:05 am
543
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ আক্ৰমণত নিহত হৈছে এগৰাকী চৰকাৰী বিষয়া। সেই আক্ৰমণত নিহত হৈছে ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত। পাকিস্তানৰ ধাৰাবাহিক গুলীচালনাত ৰাজ কুমাৰ থাপা নামৰ বিষয়াগৰাকী নিহত হয়। এই আক্ৰমণত ৩ জন লোক আহত হয়। পিছত বিষয়াগৰাকী মৃত্যু হয়।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। এই প্ৰাণ হেৰুৱাৰ ঘটনাত শোক প্ৰকাশ কৰিবলৈ তেওঁৰ কোনো ভাষা নাই বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ কয় যে শুকুৰবাৰে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বিষয়াগৰাকী সাহায্য শিবিৰলৈ গৈছিল। বিষয়াগৰাকীয়ে অনলাইনযোগে তেওঁৰ সৈতে কথাও পাতিছিল।

তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “ৰাজৌৰীৰ পৰা ভয়ংকৰ খবৰ। আজি পাকিস্তানে ৰাজৌৰী চহৰক লক্ষ্য কৰি গোলাবৰ্ষণ কৰিছে। তাতে বিষয়াজনৰ বাসগৃহৰ ক্ষতিসাধন হয়। আমাৰ অতিৰিক্ত জিলা উন্নয়ন আয়ুক্তৰাজ কুমাৰ থাপা এই আক্ৰমণত নিহত হয়। এই ভয়ংকৰ প্ৰাণহানিৰ ঘটনাৰ বাবে মোৰ দুখ আৰু দুখ প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই।”

Devastating news from Rajouri. We have lost a dedicated officer of the J&K Administration Services. Just yesterday he was accompanying the Deputy CM around the district & attended the online meeting I chaired. Today the residence of the officer was hit by Pak shelling as they…

— Omar Abdullah (@OmarAbdullah) May 10, 2025

আনহাতে, জম্মুত পুৱাৰ পৰাই আৰম্ভ হৈছে ‘তীব্ৰ গোলাবৰ্ষণ’। জম্মু, ৰাজৌৰী আৰু পুঞ্চ অঞ্চলতো বিস্ফোৰণৰ শব্দ শুনা যায়। আহত হৈছে কেইবাজনো লোক। লগতে ঘৰৰ ক্ষতিসাধন হয়। ইয়াৰ সমান্তৰালকৈ শ্ৰীনগৰতো বিস্ফোৰণৰ শব্দ শুনা গৈছে ।

সংবাদ সংস্থা এএনআইৰ মতে, শ্ৰীনগৰ আৰু কাষৰীয়া অঞ্চলত পাকিস্তানৰ সৈতে তীব্ৰ সংঘৰ্ষ অব্যাহত আছে। সেনা বাহিনীয়ে অঞ্চলটোত পৃষ্ঠৰ পৰা আকাশলৈ ক্ষেপণাস্ত্ৰ ব্যৱস্থা সক্ৰিয় কৰিছে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd