• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2025 7:22 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ পাকঘৰত সততে ব্যৱহাৰ হোৱা এবিধ মহৌষধ তথা মচলা হৈছে লং। এই লঙৰ আছে অনেক স্বাস্থ্য উপকাৰিতা।

যুগ যুগ ধৰি মানুহে লঙক মছলা হিচাপে ব্যৱহাৰ কৰি আহিছে। আয়ুৰ্বেদত লঙক অতি উপকাৰী মছলা বুলি গণ্য কৰা হয়। কাৰণ লঙত প্ৰচুৰ পৰিমাণে ভিটামিন, ফাইবাৰ, প্ৰটিন, আইৰণ, কেলচিয়াম, পটাছিয়াম, ফছফৰাছ আৰু এন্টিঅক্সিডেন্ট থাকে।

Apply Now

গতিকে লং খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি দৈনিক ৰাতিপুৱা খালী পেটত লং চোবাই খাব পাৰে, তেন্তে আপোনাৰ যকৃত সুস্থ হৈ উঠিব।

পুৱা লং চোবাই খোৱাৰ উপকাৰিতা সমূহৰ বিষয়ে জানো আহক –

ডাঙৰ ডাঙৰ ৰোগৰ আশংকা কমি যাব

দৈনিক লং চোবাই খালে ডাঙৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। কেৱল সেয়াই নহয় পেটৰ সমস্যাও ই সমাধান কৰে। আনকি গেছ, হাৰ্টবাৰ্ণৰ সমস্যাও দূৰ কৰে। লিভাৰ সুস্থ কৰি ৰখাত লঙে সহায় কৰে। শৰীৰৰ পৰা অলাগতিয়াল সামগ্ৰী আতৰ কৰি পাচনতন্ত্ৰ শক্তিশালী কৰি তোলে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিলে দৈনিক পুৱা লং চোবাই খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। গতিকে যদি আপুনি দৈনিক খালী পেটত লং খায়, তেন্তে ৰক্তকণিকাবোৰে ভালদৰে কাম কৰিব।

দাঁতৰ বিষৰ পৰা সকাহ

দৈনিক লং চোবাই খালে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। কাৰণ লঙত মেংগানিজ থাকে। ইয়াৰ উপৰিও ই আপোনাৰ দাঁতৰ আঁঠু আলু কৰি ৰাখিব। আপোনাৰ মুখৰ দুৰ্গন্ধও দূৰ কৰিব এইবিধ মছলাই। লঙক মাউথৱাছ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

ছালখন জিলিকি উঠিব

পুৱাই লং খালে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি পাব। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ইয়াত কাৰ্বহাইড্ৰেট থাকে, ভিটামিন থাকে, গতিকে ই আপোনাৰ ছালৰ বাবে অতি উত্তম।

মুখৰ দুৰ্গন্ধ আঁতৰি যাব

বহুতৰে মুখৰ দুৰ্গন্ধ থাকে। যদি আপুনি মুখৰ দুৰ্গন্ধ দূৰ কৰিব বিচাৰে তেন্তে দৈনিক লং চোবাই খাব পাৰে।

হাড়বোৰ মজবুত হ’ব

হাড় মজবুত কৰি ৰাখিবলৈ সদায় দুই তিনিটা লং চোবাই খাওক। কাৰণ প্ৰতিদিনে ৰাতিপুৱা লং চোবাই খালে হাড়বোৰ মজবুত হ’ব। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে মেংগানিজ থাকে। বাতবিষৰ সমস্যাৰ পৰাও মুক্তি পাব। লঙে ভৰিৰ ফুলাও দূৰ কৰে।

যদি আপুনি আন কোনো ৰোগত ভুগি আছে এই বিধান গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd