DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ত খালী শিক্ষকৰ পদ পূৰণ কৰা হ’ব অচিৰেই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 10:46 am
homeopathy_students_Protest
76
VIEWS
Share on FacebookShare on Twitter

পদোন্নতিৰ জৰিয়তে অসমৰ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়কেইখনত খালী হৈ থকা শিক্ষকৰ পদসমূহ অচিৰেই পূৰ কৰিব ৰাজ্য চৰকাৰে। সদনত কংগ্রেছৰ বিধায়ক জাকিৰ হুছেইনে সোধা এটা প্ৰশ্নৰ উত্তৰত এই কথা জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীজনে জনোৱা মতে, গুৱাহাটী, নগাওঁ আৰু যোৰহাটৰ হোমিঅ’পেথিক চিকিৎসালয়ত মুঠ ১৩টাকৈ শিক্ষকৰ পদ খালী হৈ আছে। ইয়াৰে এটা পদ গুৱাহাটীৰ চহিদ যাদৱ নাথ সোঁৱৰণী হোমিঅ’পেথিক চিকিৎসালয়ত আৰু বাকী ১২ টা আন দুখন চিকিৎসালয়ত খালী হৈ আছে। প্ৰয়োজনীয় সেৱাবিধি নথকা বাবে এই পদোন্নতিত বাধা অহাৰ কথা ব্যক্ত কৰি মন্ত্ৰীজনে এই বাধা আঁতৰাবৰ বাবে সচিব পৰ্য্যায়ত আলোচনা কৰি চৰকাৰে সিদ্ধান্ত ল’ব বুলি জনায়। প্ৰতিখন হোমিঅ’পেথিক মহাবিদ্যালয়লৈ ২ কোটিকৈ টকাৰ পুঁজি আগ বঢ়াব বুলিও মন্ত্ৰীজনে জনায়।

উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰিত অসমৰ হোমিঅ’পেথিক মহাবিদ্যালয়কেইখনৰ কনিষ্ঠ চিকিৎসকসকলে নিযুক্তি মুকলি কৰা আৰু অন্যান্য দাবী লৈ হোমিঅ’পেথিক ছাত্ৰ সন্থাৰ অধীনত সমৱেত হৈ দিচপুৰত ধৰ্ণা দিছিল। উক্ত ধৰ্ণা কাৰ্য্যসূচীত আৰক্ষীয়ে নিৰ্মমভাৱে লাঠীচালনা কৰাত বহুকেইজন আঘাতপ্ৰাপ্ত হৈছিল। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে ১৯৯৭ চনৰ পৰা কোনো ধৰণৰ নিযুক্তি নাই হোমিঅ’পেথিক চিকিৎসাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ।

শূন্যকালত সোধা উক্ত প্ৰশ্নৰ মাজতে যোৱা ২৮ ফেব্ৰুৱাৰিত ধৰ্ণা দিয়া অসমৰ হোমিঅ’পেথিক মহাবিদ্যালয়কেইখনৰ কনিষ্ঠ চিকিৎসকসকলৰ ওপৰত নিৰ্মম লাঠীচালনাৰ প্ৰসংগ উলিওৱাত স্বাস্থ্য মন্ত্ৰীজনে তেওঁ এই বিষয়ত একো নাজানে, গৃহ বিভাগেহে জানিব বুলি উত্তৰ দিয়ে।

Recent News

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd