• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিল্পগ্ৰাম মহোৎসৱ

NE NOW NEWS
, January 14, 2018 10:39 am

1 min read

১৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিল্পগ্ৰাম মহোৎসৱ

গুৱাহাটীত শিল্পগ্ৰাম মহৎসৱৰ আয়োজন

121
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰই শিল্পগ্ৰাম মহোৎসৱ ২০১৮ অনুষ্ঠিত কৰিবলৈ সাজু হৈ উঠিছে। শিল্পগ্ৰামৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে কলা, সংগীত, নাটক, খাদ্য, শিল্প আৰু শিশু মেলাকে আদি কৰি এই সকলোবোৰ সামৰি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহোৎসৱ হ’ব শিল্পগ্ৰাম মহোৎসৱ। এই মহোৎসৱ খনি আজি কেই বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে।

বিভিন্ন শিল্পীৰ, শিল্পকলাৰ লগত জড়িত ব্যক্তিক প্ৰদৰ্শনৰ সুযোগ আগবঢ়োৱা শিল্পগ্ৰাম হৈছে এখন সাংস্কৃতিক অনুশীলনৰ কেন্দ্ৰ। কেন্দ্ৰটোৱে বেচৰকাৰী সংস্থা, কলা-সংস্কৃতিৰ লগত জড়িত ব্যক্তি, বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়াস কৰি আহিছে।

বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীসমূহ অহা ১৭ জানুৱাৰিৰ পৰা ২০ জানুৱাৰিলৈকে গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত হ’ব। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পী তথা শিল্পকলা-কুশলীসকলে এই সাংস্কৃতিক মহা সমাৰোহত অংশগ্ৰহণ কৰিব।

মহোৎসৱখনিৰ মুখ্য আকৰ্ষণ হ’ব শিশুৰ প্ৰতিভা প্ৰদৰ্শনৰ মেলা, যাদু প্ৰদৰ্শনী, পেইন্টিং তথা চিত্ৰাংকন কৰ্মশালা, লোকনৃত্য আৰু সংগীত, মূকাভিনয়, সোনাল মানসিং ৰ শাস্ত্ৰীয় নৃত্যকে ধৰি অসমৰ বিভিন্ন জনপ্ৰিয় শিল্পীৰ সংগীতৰ সমাহাৰ।

ৰাতিপুৱা ১১ বজাৰ পৰা নিশা ৯.৩০ বজালৈকে সকলোৰে বাবে বিনামূলীয়া প্ৰৱেশ থাকিব। অনুষ্ঠান প্ৰদৰ্শনৰ ক্ষেত্ৰত ব্যক্তিগত আৰু অৰ্দ্ধ চৰকাৰী সংস্থাৰ বাবে শিল্প গ্ৰামৰ সুবিধা সুলভ কৰি ৰখা হ’ব।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd