• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৯ৰ পৰা ২১ জানুৱাৰীলৈ শংকৰদেৱ কলাক্ষেত্ৰত ‘ৰঙালী উৎসৱ’ৰ আয়োজন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2018 1:59 pm

1 min read

শংকৰদেৱ কলাক্ষেত্ৰ
159
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাৰেৰহণীয়া সংস্কৃতিক অনন্ন্য ৰূপত তুলি ধৰাৰ উদ্দেশ্যে অহা ১৯ৰ পৰা ২১ জানুৱাৰীলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত চতুৰ্থ বৰ্ষৰ বাবে ‘ৰঙালী উৎসৱ’ৰ আয়োজন কৰা হৈছে।

মহানগৰীৰ এখন হোটেলত ১৬ জানুৱাৰীত আয়োজন কৰা এখন সংবাদমেলত ‘ৰঙালী উৎসৱ’ অন্যতম আয়োজক শ্যামকানু মহন্তই এই কথা জানিবলৈ দি কয় যে ১৯ জানুৱাৰীত সন্ধিয়া ৭.৩০ বজাত ৰাজ্যপাল জগদীশ মুখীয়ে উক্ত অনুষ্ঠানটো উদ্বোধন কৰিব।

উল্লেখযোগ্য যে তিনি দিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত উৎসৱটোৰ সৈতে সংগতি ৰাখি অংকীয়া ভাওনা, মুখা ভাওনা, কৰিঅ’গ্ৰাফী প্ৰতিযোগিতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰ’ক বেণ্ড, নৃত্য পৰিবেশন, হস্তশিল্পৰ প্ৰদৰ্শনী আদি বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানৰ আযোজন কৰা হৈছে। ইয়াৰোপৰি উক্ত উৎসৱটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, চুকাফা, চিলাৰায়, লাচিত বৰফুকন, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা স্মাৰক বিশেষ সন্ধিয়াৰো আয়োজন কৰা হৈছে।

মহন্তই আৰু জানিবলৈ দিয়া অনুসৰি ১৯ তাৰিখে দিনৰ ১১ বজাত দীঘলীপুখুৰীত নাওখেল প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব। আনহাতে ২০ জানুৱাৰীত নীলোৎপল বৰা, ৰঘু দীক্ষিত, জুবিন গাৰ্গ আৰু ২১ জানুৱাৰীত ‘নিউক্লিয়াৰ’, ল’কেল ট্ৰেইন, পাপন, জুবলী আদি শিল্পীৰ লগতে আমন্ত্ৰিত ৰ’ক বেণ্ডে আকৰ্ষণীয় অনুষ্ঠান পৰিবেশন কৰিব।

 

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd