• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

২৩ ফেব্ৰুৱাৰিৰ পৰা ছিকিম বিজেপি যুৱ মৰ্চাই ৰূপায়ন কৰিব ধৰ্ণা কাৰ্যসূচী

NE NOW NEWS সাগৰ চেত্ৰী
গেংটক , February 19, 2018 9:57 pm

2 min read

Members of BJP youth wing in Sikkim after a meeting on February 19
85
VIEWS
Share on FacebookShare on Twitter

ছিকিম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ ভাতৃ সংগঠন যুৱ মৰ্চাই অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে জিলা কালেক্টৰেট বিভাগৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব। আজি পূব ছিকিমৰ চিংতামত অৱস্থিত যুৱ মৰ্চাৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত এক আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লখ্য যে আজি অনুষ্ঠিত বৈঠকত ৰাজ্যিক সভাপতি ডিবি চৌহান, যুৱ কাৰ্যকৰী সভাপতি লাটেন ছেৰপাৰ লগতে মৰ্চাৰ অন্যান্য বিষয়ববীয়াৰ লগতে বিভিন্ন নেতা উপস্থিত আছিল।

বিজেপিয়ে প্ৰকাশ কৰা এখন প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে ৰাজ্যখনত সংঘটিত হোৱা ৰামপণ্ট দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি ৰাজ্যখনত অভাৱনীয় হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো বিহিত ব্যৱস্থা নোলোৱা তথা অন্য স্পৰ্শকাতৰ সমস্যা সমূহ নিষ্পত্তি নকৰাৰ অভিযোগ উত্থাপন কৰিয়েই এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হয় বুলি জনায় ৰাজ্যিক সমিতিয়ে।

আনহাতে গিয়ালছিং বাৰমিয়ক সমষ্টিৰ বিভিন্ন অঞ্চলৰ আঞ্চলিক দলৰ পৰা অৰ্জুন চুব্বা আৰু ৰাজীৱ চুব্বাৰ নেতৃত্বত প্ৰায় ২০ জন যুৱ নেতাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে বুলিও বিবৃতিযোগে প্ৰকাশ কৰে।

বিবৃতিখনত আৰু উল্লেখ আছে যে পূব জিলাৰ পাৰ্টী অধ্যক্ষই সংগঠনটোৰ নতুন সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়।

মদন কাৰ্কী আৰু গোপাল প্ৰধানক পূব জিলাৰ উপ সভাপতি, জিগদেল ভূটিয়াক কোষাধ্যক্ষ, শান্তি শৰ্মা আৰু এলপি আচাৰ্য্যক যুটীয়া সম্পাদক আৰু এছকে শাস্ত্ৰীক সাধাৰণ সম্পাদক ৰূপে দায়িত্ব প্ৰদান কৰা হয়।

Recent News

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

Krishnai

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd