DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৬ মে’ত ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট-২০১৮’ : উপস্থিত থাকিব বলিউডৰ বহু জনপ্ৰিয় তাৰকা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2018 8:39 pm
prag cine awards

ফাইল ফ'টো

220
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ জি এম চি এইচ প্ৰেক্ষাগৃহত অহা ২৬ আৰু ২৭ মে’ত উত্তৰ-পূবৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট-২০১৮’ অনুষ্ঠিত হ’ব।

এ এম টেলিভিছন প্ৰাইভেট লিমিটেডে আয়োজন কৰা এই অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দ, আদিল হুছেইন, মোহময়ী অভিনেত্ৰী হোমা কুৰেছী, জনপ্ৰিয় মডেল তথা অভিনেত্ৰী অৰ্জুম্মান মোগলৰ লগতে বহুকেইগৰাকী জনপ্ৰিয় শিল্পী উপস্থিত থাকিব।

আনহাতে, এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট-২০১৮’ৰ কাৰ্যূচীত ২০১৭ বৰ্ষত মুক্তি পোৱা মুঠ ৩২খন চলচ্চিত্ৰৰ মাজৰ পৰা অসমীয়া আৰু অন্যান্য ভাষাৰ চিনেমাৰ শিতানত শ্ৰেষ্ঠতৰ ভিত্তিত বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সমিতিৰ পৰা প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তিত জনোৱা হৈছে।

তদুপৰি বিজ্ঞপ্তিটোৰ পৰা জানিব পৰা মতে অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা আজীৱন অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰখ্যাত শিল্পী কুলদা কুমাৰ ভট্টচাৰ্যলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ড০ ভূপেন হাজৰিকা, জ্ঞানদা কাকতি, আব্দুল মজিদ, নিপন গোস্বামী, বিজু ফুকন, মৃদুলা বৰুৱা, বিষ্ণু খাৰঘৰীয়া, বিদ্যা ৰাও আৰু মুনিন বৰুৱালৈ এই বঁটা আগবঢ়োৱা হৈছিল।

আনহাতে নিজৰ কামৰ বাবে ইতিমধ্যে বলিউডত এক পৰিচয় লাভ কৰিবলৈ হোৱা দেৱজিত চাংমাইক প্ৰদান কৰা হ’ব ‘গ্লৱেল আইকন বঁটা’।

উদ্যোক্তাসকলে লগতে জনাই যে এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ড’ অনুষ্ঠান চাৰিগৰাকী অসমীয়া সাংস্কৃতিকজগতৰ কাণ্ডাৰীৰ স্মৃতিৰে আগবাঢ়িব।

Recent News

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd