• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৮ জানুৱাৰিত বৰপেটা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশন

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , January 23, 2018 7:40 pm

1 min read

২৮ জানুৱাৰিত বৰপেটা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশন
106
VIEWS
Share on FacebookShare on Twitter

অহা ২৮ জানুবাৰিত বৰপেটা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ’ব। বৰপেটা প্ৰেছ ক্লাব প্ৰাংগণত অনুষ্ঠিত হ’ব লগা এই সন্মিলনৰ কাৰ্য্যসূচীৰ মুকলিসভাত শ্ৰীমন্ত শংকৰ-মাধৱ মিশ্যনৰ সচিব উদ্ধৱ চন্দ্ৰ দাসে বিশিষ্ট অতিথি হিচাপে আৰু বিশিষ্ট সাহিত্যিক যজ্ঞেশ্বৰ কাকতীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব। সন্মিলনত বৰপেটা কবি সন্মিলনৰ বছৰেকীয়া মুখপত্ৰ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই।

অনুষ্ঠানৰ মাজতে গ্ৰন্থ উন্মোচনী কাৰ্য্যসূচীও আছে বুলি কবি সন্মিলনৰ বিষয়ববীয়াই জানিবলৈ দিছে। গ্ৰন্থ উন্মোচন কৰিব বৰপেটা সাহিত্য সভাৰ সভাপতি দীনেশ দাসে।

বৰপেটা কবি সন্মিলনৰ সম্পাদক ঘনশ্যাম দাস আৰু যুটীয়া সম্পাদক ক্ৰমে দেৱলতা মেধি আৰু নিবেদিতা দাসে এন ই নাওক এই কথা জনাইছে।

অন্যান্য কাৰ্যসূচীৰ ভিতৰত আছে পুৱা ৮ বজাত পতাকা উত্তোলন। উত্তোলন কৰিব বৰপেটা কবি সন্মিলনৰ সভাপতি হৰিনাথ দাসে। ইয়াৰ পিচতে বন্তি প্ৰজ্বলন কৰিব কাৰ্যকৰী সভাপতি ছায়াদেৱী দাসে। পুৱা ৯ বজাত স্মৃতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাপে উপস্থিত থাকিব উপ-সভাপতিদ্বয় ক্ৰমে নিৰঞ্জন পাঠক আৰু গীতামণি মেধি।

পুৱা ৯-৩০ বজাত বিশিষ্ট কবি ৰামকুমাৰ দাসৰ সঞ্চালনাত বিভিন্ন কবিৰ স্ব-ৰচিত কবিতা পাঠ আৰু প্ৰশংসা পত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd