• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩ এপ্ৰিলত গুৱাহাটীত ২৯ সংখ্যক মিঃ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 11:47 am
Mr. Saraighat Bodybuilding competition

প্ৰতিনিধিত্বমূলক ছবি

101
VIEWS
Share on FacebookShare on Twitter

আৰ জি বৰুৱা সোঁৱৰণী ২৯ সংখ্যক মিঃ শৰাইঘাট সৰ্বভাৰতীয় ক্লাছিক দেহশ্ৰী প্ৰতিযোগিতা অহা ৩ এপ্ৰিলত গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰকল্পত অনুষ্ঠিত হ’ব।

অসম বডী বিল্ডাৰ্চ এণ্ড ফিটনেছ এছ’চিয়েচনৰ তত্বাৱধানত আৰু শৰাইঘাট জিমৰ উদ্যেগত উক্ত প্ৰতিযোগিতী অনুষ্ঠিত কৰি অহা হৈছে।

প্ৰাপ্ত তথ্য মতে এটা শাখাত অনুষ্ঠিত হ’ব লগীয়া উক্ত আগশাঢ়িৰ প্ৰতিযোগিতাখনত ৰাষ্ট্ৰীয় আৰু আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো শৰীৰচৰ্চাবিদে অংশ ল’ব।

প্ৰতিযোগিতাখনৰ চেম্পিয়ন, ৰাণাৰ্ছ আপ আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক ক্ৰমে ১.২৫ লাখ, ১ লাখ আৰু ৮০ হাজাৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি প্ৰথম দহ গৰাকী প্ৰতিয়োগিকো আৰ্থিকভাৱে পুৰস্কৃত কৰা হ’ব জানিব পৰা গৈছে।

আনহাতে প্ৰতিযোগিতাখনত অসমৰ শৰীৰচৰ্চাবিদ সকলৰ বাবেও দ্বিতীয় মিঃ শৰাইঘাট অসম শীৰ্ষক আন এক প্ৰতিযোগিতা ৰখা হ’ব। ইয়াত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক ক্ৰমে ২৫ হাজাৰ, ২০ হাজাৰ আৰু ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাখনৰ বাবে অসমৰ দলটো গঠন কৰিবলৈ শ্ৰীঘে এক বাছনি শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি  বডী বিল্ডাৰ্চ এণ্ড ফিটনেছ এছ’চিয়েচনৰ সম্পাদক ভৱজ্যেতি গোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Recent News

অসম আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ : ধনী ব্যৱসায়ীৰ পৰা লুট লাখ লাখ টকা

অসম আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ : ধনী ব্যৱসায়ীৰ পৰা লুট লাখ লাখ টকা

বৰ্ধিত ধৰ্ষ*ণৰ বাবে কেৱল আৰক্ষী নহয়, ইণ্টাৰনেট আৰু মদো দায়ী: মধ্য প্ৰদেশৰ ডিজিপি

বৰ্ধিত ধৰ্ষ*ণৰ বাবে কেৱল আৰক্ষী নহয়, ইণ্টাৰনেট আৰু মদো দায়ী: মধ্য প্ৰদেশৰ ডিজিপি

“ধৰ্মনিৰপেক্ষতা আমাৰ সংস্কৃতি নহয়, সমাজবাদৰো কোনো প্ৰয়োজন নাই”; কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যই জোকাৰিছে দেশৰ ৰাজনীতি

“ধৰ্মনিৰপেক্ষতা আমাৰ সংস্কৃতি নহয়, সমাজবাদৰো কোনো প্ৰয়োজন নাই”; কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যই জোকাৰিছে দেশৰ ৰাজনীতি

হিন্দী ভাষাক বাধ্যতামূলক তৃতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰাৰ পোষকতা আৰএছএছ-বিজেপিৰ

হিন্দী ভাষাক বাধ্যতামূলক তৃতীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰাৰ পোষকতা আৰএছএছ-বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd