• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮ মাৰ্চত গুৱাহাটীলৈ আহিব বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 7:40 am
Bangladesh-president Abdul HamidA
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশেষ ভ্ৰমণসূচীৰে অহা ৮ মাৰ্চত গুৱাহাটীত উপস্থিত হ’ব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ । বাংলাদেশী অনুপ্ৰৱেশ, বিতাৰণ আদি সমস্যাক কেন্দ্ৰ কৰি অসমত বিতৰ্ক চলি থকা সময়তে বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ আগন্তুক গুৱাহাটী ভ্ৰমণসূচীয়ে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।

এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি হামিদে সীমান্তৱৰ্তী ৰাজ্য অসমৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ লগত আলোচনাত মিলিত হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে বুলি এক শুত্ৰই প্ৰকাশ কৰিছে।

Apply Now

কিন্তু জানিব পৰা মতে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ কোনো আনুষ্ঠানিক কাৰ্যসূচী নাই। কিন্তু তেওঁ অনানুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহাৰ সম্ভাৱণা আছে। অৱশ্যে আলোচনাত অবৈধ বাংলাদেশীকে ধৰি ৰাজনৈতিক প্ৰসংগ চৰ্চিত নহয়। তেওঁ ঘাইকৈ বাণিজ্যিক দিশৰ ক্ষেত্ৰতহে আলোচনা কৰিব।

আনহাতে চৰকাৰৰ পৰা পোৱা খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ বাবে গ্ৰহণ কৰা এক্ট ইষ্ট পলিচীক লৈ বাংলাদেশ চৰকাৰ যথেষ্ট আগ্ৰহী। কিয়নো ইয়াৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনে উত্তৰ-পূৰ্বাঞ্চলৰ লগত যাতায়ত-যোগাযোগ তথা বাণিজ্যিক ক্ষেত্ৰত সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব।

মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি হামিদ অসমত বিনিয়োগ কৰাৰ বাবে আগ্ৰহী। সেয়ে তেওঁ গুৱাহাটী ভ্ৰমণকালৰ সময়ত মূলতঃ অসমত বিনিয়োগৰ সম্ভাৱণা সম্পৰ্কে চৰকাৰী প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱণা আছে।

উল্লেখ্য যে এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ৭ মাৰ্চত বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীত উপস্থিত হ’ব। ৮ মাৰ্চত গুৱাহাটীলৈ আহি আবেলি তেওঁ মেঘালয়ৰ বালাইলৈ যাব। মেঘালয়ৰ পৰা তেওঁ ৯ মাৰ্চত দিল্লীলৈ উভটি গৈ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশ ল’ব। আনহাতে ১০ মাৰ্চৰ দিনা তেওঁ নিজৰ চাৰিদিনীয়া ভ্ৰমণসূচী সামৰি বাংলাদেশলৈ উভটি যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd