• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পত গ্ৰহণ কৰা হোৱা নাই প্ৰাথমিক সুৰক্ষামূলক ব্যৱস্থা: বিশেষজ্ঞ

NE NOW NEWS এন ই নাও নিউজ
অৰুণাচল , February 12, 2018 4:30 pm

1 min read

জলবিদ্যুৎ প্ৰকল্প
115
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ নামনি সোৱণশিৰি জিলাৰ য়াজুলিত নিৰ্মীয়মাণ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পত গ্ৰহণ কৰা হোৱা নাই প্ৰাথমিক সুৰক্ষামূলক ব্যৱস্থা। – এই মন্তব্য গুৱাহাটী আই আই টিৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাৰ। উল্লেখযোগ্য যে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে যোৱা শনিবাৰে নীপকোৰ ৰঙানদী প্ৰকল্প পৰিদৰ্শন কৰে শৰ্মাই। তেওঁ প্ৰকাশ কৰা অনুসৰি উক্ত জলবিদুৎ প্ৰকল্পটো নিৰ্মাণ কৰোতে ল’ব লগীয়া সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। যাৰ ফলত নামনিত বাস কৰা লোকসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।

আনহাতে প্ৰকল্পটোৰ পৰা সময়ে সময়ে পানী এৰি দিয়াৰ বাবে নীপকোৱে লক্ষীমপুৰ জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰা উচিত বুলিও প্ৰকাশ কৰে অধ্যাপক শৰ্মাই।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি নামনিৰ ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে শৰ্মাক প্ৰকল্পটো পৰিদৰ্শনৰ সময়ত সংগ দিয়ে।

অসম চৰকাৰে শৰ্মাক ৰঙানদী প্ৰকল্পটো বিস্তৃত অধ্যয়ন কৰি পানী নিৰ্গমণৰ এক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

মন কৰিব লগীয়া যে ৰঙানদী প্ৰকল্পৰ পৰা নীপকোৱে পানী এৰি দিয়াৰ ফলত প্ৰতি বছৰে উজনি অসমত বানে তাণ্ডৱ চলাই আহিছে। নীপকোৰ তৰফৰ পৰা উক্ত ঘটনাক অস্বীকাৰ কৰি অহা হৈছে যদিও গুৱাহাটী আই আই টিৰ অধ্যাপক শৰ্মাৰ তথ্যই এইক্ষেত্ৰত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

Recent News

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd