• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

ৰাজ্যপালে হিন্দীত ভাষণ দিয়াৰ পিছতে মেঘালয় বিধানসভাৰ বাহিৰে-ভিতৰে প্ৰতিক্ৰিয়া

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
March 19, 2018 5:05 pm
ampreen-lyndoh-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দী ভাষাক হিন্দী বলয় তথা বিজেপিৰ আধিপত্য বিস্তাৰৰ আহিলাত পৰিণত হোৱাৰ শংকাত ভুগিছে মেঘালয়বাসী। নৱ নিৰ্বাচিত মেঘালয় বিধানসভাত নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশত ৰাজ্যপাল গংগাপ্ৰসাদে হিন্দী ভাষাত ভাষণ দিয়াক লৈ এতিয়া বিধানসভাৰ বাহিৰে-ভিতৰে এতিয়াও প্ৰতিক্ৰিয়া চলি থকা দেখা গৈছে।

উল্লেখযোগ্য যে ৰাজ্যপালজনে বাজেট অধিৱেশনৰ প্ৰথম দিনা হিন্দীত ভাষণ দিয়াত ইয়াৰ প্ৰতিবাদ কৰি কংগ্ৰেছৰ বিধায়িকা এম্পাৰীন লিংডোৱে বিধানসভাৰ মজিয়া ত্যাগ কৰিছিল। তেওঁ হিন্দী ভাষাক এক প্ৰকাৰৰ ‘অচিনাকি’ ভাষা বুলি বাৰ্তা দিব বিচাৰে আৰু ইয়াক মেঘালয়ৰ জনজাতীয় লোকৰ ওপৰত আৰোপণ আখ্যা দিয়ে। তেওঁক পি টি চোৱাকমিকে ধৰি আন কেইবাজনে সমৰ্থন দিয়ে। ফলত মেঘালয়ৰ বিধানসভাত কিছুসময়ৰ বাবে হুলস্থূলৰ সৃষ্টি হৈছিল।

লক্ষণীয়ভাৱে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমাণ পূব শ্বিলঙৰ বিধায়িকা লিংডোৱে ৰাজ্যপালৰ এই কাৰ্য্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিবৰ বাবে আজি বিধানসভাত খাচি ভাষাত ক’বলৈ আৰম্ভ কৰে। তেওঁ খাচি আৰু ইংৰাজী মিহলাই নিজৰ বক্তব্য দাঙি ধৰে, যিটো গাৰো সদস্যসকলৰ বাবে বুজাত অসুবিধা হয়।

এইখিনিতে ক’ব পাৰি যে মেঘালয়ত তিনিটা প্ৰধান জনজাতি আছে, খাচি, জয়ন্তীয়া আৰু গাৰো। মেঘালয় বিধানসভাত ইমান দিনে ইংৰাজীতে ভাষণ দিয়াৰ নিয়ম চলি আহিছিল।

মন কৰিব লগীয়া যে ৰাজ্যপাল গংগা প্ৰসাদে বিধানসভাৰ মজিয়াত হিন্দীত ভাষণ দিয়া ঘটনাটো আৰু ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে এম্পাৰীন লিংডোৰ খাচিত ভাষণ দিয়া, দুয়োটাৰে প্ৰতিক্ৰিয়া বিধানসভাৰ বাহিৰতো দেখা গৈছে।

‘এইটো মুঠেই ভাল পৰম্পৰা নহয়। আমি এখন সৰু ৰাজ্য যাৰ চহকী সংস্কৃতি আছে। কিন্তু এইটো কৰি আমাৰ মাজতে বিভাজন আনিছো।’ –ডেনিয়েল এম থাংখিউ নামৰ এজনে নিজৰ ফেইচবুকৰ ৱালত কয়। একেদৰে বেনিছন কামাৰ নামৰ এজনে খাচি ভাষাতে কয়, ‘বিয়াং ভা’, অৰ্থাৎ ভাল হৈছে।

আনহাতে বহুতে ৰাজ্যখনৰ বিধানসভাৰ মজিয়াত হিন্দীত ভাষণ দিয়াৰ এই ঘটনাটোক এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰখন বিজেপিয়ে নিজৰ চৰকাৰ বুলি দেখুৱাবলৈ যোৱা প্ৰয়াসৰ অংশ বুলিও বহুতে ক’ব খোজে। তাৎপৰ্য্যপূৰ্ণভাৱে হিন্দী ভাষণক লৈ হোৱা প্ৰতিক্ৰিয়াৰ ২৪ ঘণ্টা পাৰ নহওঁতেই ৰাজ্যপাল গংগা প্ৰসাদে পাটনাত এটা হিন্দী নিউজ চেনেলক কয় যে হিন্দীক গোটেই দেশৰে সংযোগী ভাষা হিচাপে তুলি ধৰিব লাগে। তেওঁ কয়, ‘একেবাৰে ভিতৰুৱা গাৱঁতো মোক কোনেও হিন্দী কোৱাৰ বাবে আপত্তি কৰা নাই। বৰং মানুহে মোক প্ৰশংসাহে কৰিছে।’

উল্লেখযোগ্য যে গংগা প্ৰসাদ বিহাৰৰ এজন প্ৰাক্তন মন্ত্ৰী। তেওঁ গাৰো হিলছক (গাৰো পাহাৰক) ‘গোড়া হিলছ’ বুলি কৈও বিতৰ্কৰ সৃষ্টি কৰিছিল।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd