• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনীত উজলিল মঙলদৈৰ ছাত্ৰৰ দল

NE NOW NEWS ময়ুখ গোস্বামী
মঙলদৈ , March 17, 2018 10:01 am

1 min read

Group-of-award-wining-students-570x320
92
VIEWS
Share on FacebookShare on Twitter

মঙলদৈৰ মাধ্যমিক পৰ্যায়ৰ ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ এদল ছাত্ৰই ৰাজ্যিক পৰ্যায়ৰ এখন বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাত বিশেষ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

মিৰাজ নুৰানি, কৌশিক দাস, হিল্লোল ৰহমান, বিশাল কাশ্যপ আৰু ৰিদীপ কুমাৰ কলিতা নামৰ নৰ্থ ইষ্ট একাডেমীৰ নৱম শ্ৰেণীৰ পাঁচ গৰাকী ছাত্ৰৰ এটি দলে ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী প্ৰতিযোগিতাখনত তৃতীয় পুৰস্কাৰ লাভ কৰে।

বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনীৰ প্ৰতিোগিতাখনৰ আয়োজন কৰিছিল আছাম চায়েন্স, টেকন’লজি এণ্ড এডুকেশ্যন কাউন্সিল (এএছটিইচি)য়ে। গুৱাহাটীৰ খানাপাৰাৰ অসম আঞ্চলিক বিজ্ঞান কেন্দ্ৰত এই প্ৰদৰ্শনীখন অনুষ্ঠিত হৈছিল।

এই সম্ভাৱনাপূৰ্ণ কিশোৰ বিজ্ঞানীকেইজনে গছত উঠাৰ বাবে এটা যান্ত্ৰিক সঁজুলি উদ্ভাৱন কৰিছিল যিটো গছত উঠাৰ বাবে অধিক আৰামদায়ক আৰু গছত বগোৱাজনৰ বাবে সুৰক্ষিত এটা সঁজুলি।

বিদ্যালয়খনৰ সঞ্চালকদ্বয় ৰাজশ্ৰী শৰ্মা মিশ্ৰ আৰু প্ৰতিমা ভট্টাচাৰ্যই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে।

অসম বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত এই বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বহু বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল আৰু বহুতো আকৰ্ষণীয় আৰ্হি দাঙি ধৰিছিল।

বিজ্ঞানক ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয়  কৰি তোলাৰ লক্ষ্যৰে অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনীখন বহু অনুসন্ধিৎসু লোকে পৰিদৰ্শন কৰিছিল আৰু কিশোৰ বিজ্ঞানীসকলৰ কৰ্মৰ প্ৰশংসা কৰিছিল।

 

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd