• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নাগা মডেল নেইলাংগুনু চাঞ্চুৱে

NE NOW NEWS এন ই নাও নিউজ
ক’হিমা , January 24, 2018 6:23 pm

1 min read

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নাগা মডেল নেইলাংগুনু চাঞ্চুৱে
81
VIEWS
Share on FacebookShare on Twitter

মিছ ডিভা কুইন প্ৰতিযোগিতা বিজয়ী নাগা মডেল নেইলাংগুনু চাঞ্চু অহা ফেব্ৰুৱাৰিত মুম্বাইত অনুষ্ঠিত হ’ব লগা মিছ টিয়াৰা প্ৰতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰস্তুত হৈছে।

মিছ ডিভা কুইন প্ৰতিযোগিতাৰ ৰানাৰ্চ আপ আয়ুচাংলা জমিৰ আৰু লিট’ আচুমিয়েও মুম্বাইৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।

আয়ুচাংলা জমিৰে প্ৰতিযোগিতাখনৰ মিছ পিটাইত খণ্ডত ভাগ লোৱাৰ বিপৰীতে লিট’ আচুমিয়ে মিছ টীন খণ্ডত ভাগ ল’ব।

গ্লেমাৰ হাবৰ সঞ্চালক চাচংদাংবা য়াদেনে এই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে এই গাভৰুসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

মিছ টিয়াৰা মুম্বাইত প্ৰতি বছৰে আয়োজিত এক ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতা। ডিজিটেল মাধ্যমৰ যোগেদি মহিলা সবলীকৰণৰ প্ৰতি এই প্ৰতিযোগিতা উৎসৰ্গিত।

এই অনুষ্ঠানটোৰ য়ু টিউবত লাইভ সম্প্ৰচাৰ হ’ব। প্ৰখ্যাত বলিউড অভিনেতা আৰ্বাজ খান এই প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

 

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd