DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাহুল গান্ধীৰ তুৰা ভ্ৰমণ বাতিলঃ ২০ বছৰ পুৰণি পৱন হন্স হেলিকপ্তাৰ নাকচ কৰিলে গান্ধীৰ নিৰাপত্তা দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2018 5:20 pm
rahul-gandhi

ৰাহুল গান্ধীৰ ফাইল ফট’

101
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ সৰ্ব ভাৰতীয় সভাপতি ৰাহুল গান্ধীৰ তুৰা ভ্ৰমণ বাতিল কৰা হৈছে। নেতাজনে ৩০ জানুৱাৰিত তুৰা ভ্ৰমণ কৰাৰ কথা আছিল।

জানিব পৰা মতে ৰাহুল গান্ধীয়ে তুৰা ভ্ৰমণত ব্যৱহাৰ কৰিব লগা ২০ বছৰ পুৰণি পৱন হন্স হেলিকপ্তাৰ তেওঁৰ নিৰাপত্তাত নিয়োজিত বিশেষ প্ৰতিৰক্ষা দলে (SPG) নাকচ কৰা বাবে এই ভ্ৰমণ বাতিল কৰিব লগা হৈছে।

এই সন্দৰ্ভত সৰ্ব ভাৰতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই সাংবাদিকক কয়, ‘তেওঁলোকে ৰাহুল মৰাতো বিচাৰে নেকি? এনেকুৱা কেনেকে কৰিব পাৰে? ৰাজনৈতিক শত্ৰুতা বেলেগ বিষয়, কিন্তু ই এজন ব্যক্তিৰ সুৰক্ষাৰ প্ৰশ্ন।’

‘পৱন হন্স এটা বিপজ্জনক কোম্পানি’ বুলি উল্লেখ কৰি বিমান বিশেষজ্ঞ মোহন ৰংগনাথনে অভিযোগ কৰে যে এই হেলিকপ্তাৰবোৰৰ দুৰ্ঘটনাৰ পিছত হোৱা তদন্তসমূহ আচলতে ঢাকনিহে আৰু কাকো ইয়াৰ বাবে জগৰীয়া কৰা নহয়। কোম্পানিটো চলায় চৰকাৰে আৰু বিমান নিয়ন্ত্ৰক অসামৰিক বিমানৰ সঞ্চালককো চৰকাৰেই নিয়ন্ত্ৰণ কৰে।

উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে কাইলৈ তুৰাত দলীয় কৰ্মীসকলক লগ কৰাৰ পিছত ৩১ জানুৱাৰিত শ্বিলঙত কেবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd