• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰী-মিতা বোলছবিৰ বেনাৰত নিৰ্মিত আন এখন তথ্যচিত্ৰই পালে আন্তঃৰাষ্ট্ৰীয় বঁটা

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
January 15, 2018 8:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাঃ সত্যকাম ফুকনৰ দ্বাৰা নিৰ্মিত তথা পৰিচালিত ৰী-মিতা বোলছবিৰ বেনাৰৰ লিগেচি অব কিং নৰক (Legacy of King Narak) নামৰ তথ্যচিত্ৰখনে ৰোমানিয়াৰ বছৰটোৰ বাৰ মাহ জুৰি হোৱা ফিল্ম মহোৎসৱৰ ডিচেম্বৰৰ সংস্কৰণত ‘মাহটোৰ পৰিচালক’ শিতানত দ্বিতীয় শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিছে। ইয়াকে ধৰি ৰী-মিতা বোলছবিৰ মুঠ চাৰিখন চুটি ছবি তথা তথ্যচিত্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’ল।

ইয়াৰ পূৰ্বে ডাঃ ফুকনে পৰিচালনা তথা নিৰ্মাণ কৰা গাৰ্বেজ বিন মীলছ (Garbage Bin Meals) নামৰ তথ্য চিত্ৰখনে একেটা ফিল্ম মহোৎসৱত যোৱা বছৰৰ মে মাহৰ সংস্কৰণত দ্বিতীয় শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা, ৰাছিয়াৰ অ’মস্কাত যোৱা বছৰৰ ডিচেম্বৰত হোৱা অ’মিচকা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা, ৰোমানিয়াৰ উক্ত ১২ মহীয়া ফিল্ম উৎসৱত গ্ৰেইট ৱাল অব গুৱাহাটী ( Great Wall of Guwahati) নামৰ তথ্যচিত্ৰখনে ২০১৭ চনৰ জুলাই মাহৰ সংস্কৰণ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা, আৰু মাদাৰ্ছ গুৰদ্বাৰা (Mother’s Gurdwara) নামৰ তথ্যচিত্ৰখনে ভাৰতৰ পুনেত হোৱা ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ পৰিচালনাৰ বঁটা পাইছিল।

Apply Now

পেচাত এজন চিকিৎসক ডাঃ ফুকনে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ বিষয়ত চুটি ছবি তথা তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে। লিগেচি অব কি নৰকত তেওঁ কামৰূপৰ প্ৰাচীন ৰজা নৰকাসুৰৰ আঁত ধৰি বহুকেইটা চিন্তা উদ্ৰেককাৰী তথ্য তথা সংযোগ আগ বঢ়াই দিছে। প্ৰাচীন কামৰূপৰ প্ৰতিষ্ঠাপক শাসক হিচাপে জনাজাত তথা অসমত ৰজা হিচাপে মানি অহা নৰক অসুৰক (নৰক+অসুৰ=নৰকাসুৰ) কেৰেলা আৰু গোৱাত অসুৰৰ ৰজা হিচাপে জ্ঞান কৰা হয় –এই গুৰুত্বপূৰ্ণ তথ্য ডাঃ ফুকনে দাঙি ধৰিছে। আনকি কামৰূপৰ প্ৰাচীন ৰজাসকলৰ (যেনে : নৰক, বাণ) ‘অসুৰ’ পৰিচয়ক লৈও তথ্যচিত্ৰখনত এটা গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰা হৈছে। এই অসুৰ শব্দ তথা ইয়াত থকা ‘স’ (IPA: x) ধ্বনিয়ে অসমৰ সৈতে প্ৰাচীন এছিৰিয়ান (Assyrian) আৰু পাৰ্চিয়ানৰ সম্পৰ্ককে দেখুৱাইছে নেকি –এই প্ৰশ্নও আগ বঢ়াই দিয়া হৈছে।

আনহাতে অসমৰ মানুহৰ মনস্তত্ত্ব তথা লোকসমাজত এতিয়াও নৰকাসুৰ বা নৰক ৰজাৰ উত্তৰাধিকাৰিত্ব লক্ষ্য কৰা যায়। অসমৰ গুৱাহাটীৰ বিভিন্ন ঠাইৰ নাম, ইয়াৰ কিছুমান প্ৰতিষ্ঠানৰ নাম, ইয়াৰ গীত-মাতত এতিয়াও নৰক-ভগদত্ত (নৰকৰ উত্তৰাধিকাৰী), বাণাসুৰৰ অস্তিত্ব মন কৰা যায়।

তথ্যচিত্ৰখনত দেখুওৱা আন এটা গুৰুত্বপূৰ্ণ তথ্য হ’ল গুৱাহাটীত এতিয়াও নৰকাসুৰ পাহাৰ নামৰ এখন পাহাৰ আছে। এই পাহাৰত এতিয়াও পুৰণি ভগ্নাৱশেষৰ ৰূপত প্ৰায় ২.৫ কিলোমিটাৰ দীঘল ইটাৰ গাঁথনি দেখা যায়।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd