• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰেডিঅ’চিটি ফ্ৰীডম এৱৰ্ডছলৈ মনোনীত সংগীতশিল্পী আল’ব’ নাগা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 14, 2018 3:58 pm

1 min read

ৰেডিঅ’চিটি ফ্ৰীডম এৱৰ্ডছলৈ মনোনীত সংগীতশিল্পী আল’ব’ নাগা
88
VIEWS
Share on FacebookShare on Twitter

ৰেডিঅ’চিটি ফ্ৰীডম এৱৰ্ডছ ৫ৰ ‘শ্ৰেষ্ঠ পপ শিল্পী’ সন্মানৰ বাবে মনোনীত হৈছে সংগীত শিল্পী আল’ব’ নাগা।

সংগীতকাৰজনে কয়, ‘মই বৰ সুখী আৰু ইমান দূৰ পোওৱাৰ বাবে ঈশ্বৰক ধন্যবাদ আৰু মোৰ কষ্টৰ কামৰ বাবে স্বীকৃতি পোওৱাত। সমৰ্থন কৰিবলে, সদায় মোৰ বাবে প্ৰাৰ্থনা কৰি যাবলৈ আৰু মোক ভোটো দিবলৈ মই মোৰ সকলো বন্ধু, সমৰ্থক আৰু শুভাকাংক্ষীক অনুৰোধ জনাইছো।’

ৰেডিঅ’ চিটি ফ্ৰীডম এৱৰ্ডছে ২০১৩ চনত ইয়াৰ আৰম্ভণিৰে পৰা ভাৰতৰ ইণ্ডিপেণ্ডেণ্ট সংগীতৰ গতিধাৰালৈ পৰিৱৰ্তন আনিছে। তাৰোপৰি বিভিন্ন শৈলী আৰু ভাষাৰ ইণ্ডি সংগীতৰ ৰস আৰু বৈচিত্ৰ্যৰ সোৱাদ লোৱাৰ ই হ’ল এক অনন্য মঞ্চ।

বিভিন্ন শৈলী আাৰু ভাষাৰ ইণ্ডি সংগীতশিল্পীসকলৰ স্বীকৃতি আৰু সন্মানৰ বাবে এই সন্মানটো হ’ল এক মঞ্চ।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd