• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ৰেলপথ প্ৰকল্পৰ পুনৰীক্ষণ কৰিবলৈ নাগালেণ্ডত উপস্থিত কেন্দ্ৰীয় ৰাজ্য ৰেল মন্ত্ৰী ৰাজেন গোহাঁই

NE NOW NEWS
কোহিমা , March 22, 2018 6:04 pm

2 min read

Rio-Gohain-
98
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডত চলি থকা ৰেলপথ প্ৰকল্পৰ শেহতীয়া কাম কাজ পুনৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় ৰাজ্য ৰেল মন্ত্ৰী ৰাজেন গোহাঁই বুধবাৰে আহি কোহিমাত উপস্থিত হৈছে।

কোহিমাত উপস্থিত হৈয়েই ৰেল মন্ত্ৰীজনে নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য আৰু মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’ৰ সৈতে বেলেগে বেলেগে আলোচনাত মিলিত হয়।

আলোচনাৰ পিছত নাগালেণ্ডৰ মুখ্য মন্ত্ৰীজনে তেওঁৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টত লিখিছে , ‘ নাগালেণ্ডৰ  বাবে ৰেলপথ প্ৰকল্পৰ কাম খৰতকীয়াকৈ আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় ৰাজ্য ৰেল মন্ত্ৰীজনৰ সৈতে হোৱা অলোচনাখন ফলপ্ৰসূ হৈছে। ডিমাপুৰ-জুবজা ৰেলপথটোৰ কাম অতি শীঘ্ৰেই সমাপ্ত কৰা হ’ব। ডিমাপুৰ-তিজিত ৰেলপথটোৰ জৰীপ কৰা হ’ব আৰু অধ্যয়ন সমাপ্ত কৰাৰ পিছত আমগুৰি-তুলী ৰেলপথটোও পুনৰাই সক্ৰিয় কৰা হ’ব।‘

নাগালেণ্ডৰ মুখ্য মন্ত্ৰীজনে কৈছে যে ৰেলৱেৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ সৈতে আলোচনাত ডিমাপুৰ-জুবজা ৰেলপথৰ নিৰ্মাণ যথা শীঘ্ৰে সমাপ্ত কৰা আৰু ডিমাপুৰ-তিজলিত ৰেলপথৰ জৰীপ সম্পন্ন কৰা আদি বিষয়ে ঠাই পাইছিল। তেওঁ আমগুৰি-তুলী ৰেলপথচোৱা পুনৰুজ্জীৱিত কৰা কথাও উল্লেখ কৰিছিল।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা গৈছে যে তিজলিত-ডিমাপুৰ ৰেলপথৰ ভূমি জৰীপ সম্পন্ন হোৱাৰ পিছত এই ৰেলপথচোৱা পাৰ হৈ যাবলগীয়া ভূমিৰ ক্ষতিপূৰণ আৰু অন্যন্য কাৰিকৰী বিষয়সমূহত আগবঢ়া হ’ব।

আলোচনাত হোৱা সিদ্ধান্ত অনুযায়ী ভূমিৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ পিছত নিবিদা গ্ৰহণ কৰা হ’ব।

তাৰোপৰি, প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত আমগুৰি-তুলী ৰেলপথটোও পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰীজনে।

কেন্দ্ৰীয় ৰেলমন্ত্ৰীজনৰ সৈতে নাগালেণ্ডৰ পৰিবহণ আৰু আসামৰিক বিমান পৰিবহণ মন্ত্ৰী পি পাইৱাং কনিয়াকো আছিল।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd