• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 4:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰকাশীৰ ধাৰালী আৰু হৰ্শিল গাঁৱত ভয়ংকৰ বানে ফলত গৃহহীন হোৱা পৰিয়ালসমূহৰ মাজত ক্ষতিপূৰণৰ ধনক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ৫ লাখ টকাৰ পৰিৱৰ্তে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক মাত্ৰ ৫ হাজাৰ টকাৰ চেক প্ৰদান কৰাত গাঁওবাসীয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। স্থানীয় লোকসকলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে—এই সামান্য ধনেৰে তেওঁলোকে জীৱন নতুনকৈ কেনেকৈ আৰম্ভ কৰিব?

উল্লেখ্য যে ৫ আগষ্টত উত্তৰকাশীৰ হৰ্শিল উপত্যকাৰ ধাৰালী আৰু হৰ্শিল গাঁৱত সংঘটিত বানত বহু পৰিয়াল গৃহহীন হৈ পৰিছে। স্থানীয় সূত্ৰৰ তথ্য অনুসৰি, ধাৰালীৰ ৩৫টা পৰিয়ালে তেওঁলোকৰ সকলো সম্পত্তি হেৰুৱাইছে। হৰ্শিল গাঁৱৰো পৰিস্থিতি একেই। এই দুৰ্যোগৰ ফলত ঘৰ-বাৰী, জীৱন-জীৱিকা হেৰুৱাই পৰিয়ালসমূহে নতুনকৈ জীৱন গঢ়ি তোলাৰ পথ বিচাৰি সাহাকাৰ কৰিব লগীয়া হৈছে।

Apply Now

ৰাজ্য চৰকাৰে দুৰ্যোগৰ পিছত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৫ লাখ টকা ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘোষণা কৰিছিল যে গৃহহীন হোৱা পৰিয়ালৰ লগতে মৃতকৰ পৰিয়ালসমূহকো একে পৰিমাণৰ ধন প্ৰদান কৰা হ’ব। কিন্তু বাস্তৱত ক্ষতিগ্ৰস্ত লোকসকলক মাত্ৰ ৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হৈছে, যিটো তেওঁলোকে ‘অপমানজনক’বুলি অভিহিত কৰিছে। গাঁওবাসীৰ অভিযোগ উত্থাপন কৰিছে যে এই সামান্য ধনেৰে তেওঁলোকৰ ক্ষতি পূৰণ কৰাটো সম্ভৱ নহয়, আৰু চৰকাৰে তেওঁলোকৰ ক্ষয়-ক্ষতিৰ পৰিমাণ কমকৈ দেখুৱাবলৈও চেষ্টা কৰিছে বুলি দাবী উত্ত্জাপন কৰিছে।

উত্তৰকাশীৰ জিলা দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই বুজনি দিছে যে ৫ হাজাৰ টকাৰ এই ধন ‘তাৎক্ষণিক ক্ষতিপূৰণ’হিচাপে প্ৰদান কৰা হৈছে। তেওঁ কয়, “ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰাৰ কাম চলি আছে। তাৰ পিছত উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।” ৰাজ্য চৰকাৰে ক্ষয়-ক্ষতিৰ পৰিসৰ পৰীক্ষা কৰিবলৈ তিনিজনীয়া এখন কমিটী গঠন কৰিছে, আৰু এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি সদৰী কৰিছে।

দুৰ্যোগৰ পিছত চৰকাৰে তৎপৰতাৰে শনিবাৰলৈকে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৮২৫ জন লোকক উদ্ধাৰ কৰিবলৈ হৈছে। পুলিচ, এছডিআৰএফ, সেনা আৰু অন্যান্য দুৰ্যোগ সঁহাৰি দল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে বুলি জানিবলৈ দিছে। কিন্তু গাঁওবাসীৰ মাজত ক্ষতিপূৰণৰ সামান্য ধনৰ বাবে ক্ষোভ অব্যাহত আছে। তেওঁলোকে দাবী কৰিছে যে চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি পূৰ্ণ ক্ষতিপূৰণ প্ৰদান কৰক, যাতে তেওঁলোকে নিজৰ জীৱন পুনৰ গঢ়ি তুলিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd