• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইজল এফ চি অনুৰাগীয়ে এজাহাৰ দিলে অপপ্ৰচাৰত জড়িত প্ৰাক্তন প্ৰশিক্ষকৰ বিৰুদ্ধে

সংযুৱালা মাৰ by সংযুৱালা মাৰ
January 16, 2018 6:08 pm
আইজল এফ চি অনুৰাগী

আইজল এফ চি অনুৰাগী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
আইজল এফ চিৰ অনুৰাগীসকলে এখন সংবাদমেলত ভুৱা তথ্য দিয়াৰ অভিযোগত দলটোৰ প্ৰাক্তন প্ৰশিক্ষক খালিদ জামিলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

আইজল এফ চি কেন্দ্ৰীয় ফেন ক্লাবে আজি আইজল আৰক্ষী থানাত এই এজাহাৰখন দাখিল কৰিছে। ফেন ক্লাবটোৰ নেতাসকলে খলিল জামিলৰ মিছা মতাৰ আৰু তেওঁক জনপ্ৰিয় কৰি তোলা ক্লাবটোক বদনামী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

আইজল এফ চি ফেন ক্লাবে অভিযোগ তুলিছে যে, ‘যোৱা বছৰ আই লীগ খিতাপ জয় কৰাৰ পিছত আমাৰ ক্লাবৰ বিষয়ববীয়াসকলে জামিলক আগতকৈ অধিক ধনৰ এক নতুন অ’ফাৰ যাচিছিল, কিন্তু তেওঁ তাৰ প্ৰতি সঁহাৰি নজনাই ক্লাবটোৱে তেওঁৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছে বুলি প্ৰচাৰ কৰিছে।’

উল্লেখযোগ্য যে ইষ্ট বেংগলৰ সৈতে আইজল এফ চিৰ খেলখনৰ আগমুহূৰ্তত আইজলত এক সংবাদমেলত বৰ্তমান ইষ্ট বেংগলৰ প্ৰশিক্ষক জামিলে কৈছিল যে আইজল এফ চিৰ প্ৰশিক্ষক পদৰ পৰা তেওঁক খেদাই পঠোৱা হৈছিল।

জামিলৰ এই কথাত আইজল এফ চিৰ অনুৰাগীসকল ক্ৰোধান্বিত হৈ অভিযোগ দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অনুৰাগীসকলে কয় যে, ‘তেওঁ নিজৰ আৰ্থিক লাভৰ বাবে ক্লাবটো ত্যাগ কৰি তেওঁক জনাজাত কৰি তোলা ক্লাবটোৰ বিৰুদ্ধে মিছা প্ৰচাৰ চলাইছে।’

উল্লেখযোগ্য যে স্পেনিশ্ব প্ৰশিক্ষক ৰাতামেৰিক এৰি যোৱা আই লীগ শৃংখলাৰ বাবে আইজল এফ চিয়ে জামিলক প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল। সেই মুম্বাই এফ চিয়ে ত্যাগ কৰা জামিলৰ কোনো দল নাছিল। আইজল এফ চিৰ দা্যিত্ব গ্ৰহণ কৰাৰ পিছত তেওঁৰ স্বপ্নৰ দৌৰ আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত লীগৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল।

আইজল এফ চিৰ বিষয়ববীয়াসকলে জনোৱা মতে তেওঁলোকৰ প্ৰশিক্ষক হিচাপে তেওঁক ৰাখিবৰ বাবে চলোৱা সকলো প্ৰচেষ্টা বিফল হৈছিল।

সংযুৱালা মাৰ

সংযুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২১ বিধ পৰম্পৰাগত সামগ্ৰীক জি আই টেগ প্ৰদান!

September 6, 2025 8:11 pm
ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

September 6, 2025 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm
অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

অনুপ্ৰৱেশ-বিদেশী (ৰেহাই) নিৰ্দেশ ২০২৫-ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য : গৌৰৱ গগৈ

September 6, 2025 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd