• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডo পংকজ গোস্বামীৰ ভ্ৰাম্যমাণ থিয়েটাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 8:10 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি অসম বিভিন্ন প্ৰান্তত ভ্ৰাম্যমাণ থিয়েটাৰ নাট্যদল সমূহৰ নাট্যযাত্ৰা আৰম্ভ হোৱাৰ সময়তে গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনৰ প্ৰেক্ষাগৃহত লেখক- নিবন্ধকাৰ, যোৰহাটৰ কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ডo পংকজ গোস্বামীৰ সম্পাদিত ভ্ৰাম্যমাণ থিয়েটাৰ – নতুন আৰু পৰিবৰ্ধিত সংস্কৰণ শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন হৈ যায়।

বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থ উন্মোচন কৰে ক্ৰমে দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, বিশিষ্ট নাট্য সমালোচক অতুল মজুমদাৰ, ঔপন্যাসিক-সাংবাদিক জিতুমণি বৰা আৰু সাহিত্য সমালোচক অভিজ্ঞান অনুৰাগে। উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত সঞ্জীৱ কুমাৰ ফুকনে কয় যে ভ্ৰাম্যমান এতিয়াও গণ সংস্কৃতিলৈ ৰূপান্তৰ হোৱা নাই যাৰ বাবে সংশয় আৰু সংকটৰ মাজলৈ গতি কৰিবলৈ বাধ্য।

Apply Now

অতুল মজুমদাৰে ভাষণ প্ৰসংগত উল্লেখ কৰে যে ৰতন লহকৰে ভ্ৰাম্যমাণক নতুন মযদা প্ৰদান কৰাইছিল, কিন্তু সম্প্ৰতি ভ্ৰাম্যমান ৰ নাটকত ক্ষেত্ৰত এক শূণ্যতা বিৰাজ কৰিছে, কালজয়ী নাটক সৃষ্টি হোৱা নাই।জিতুমণি বৰাই কয় যে নাটকৰ ক্ষেত্ৰত ভ্ৰাম্যমানে নতুন পদক্ষেপ গ্ৰহণ কৰিব লাগিব  যত জনগণৰ স্বাৰ্থ আৰু অধিকাৰৰ প্ৰসংগত অধিক দায়বদ্ধতা থাকিব।অভিজ্ঞান অনুৰাগে ভ্ৰাম্যমানক লৈ এই গ্ৰন্থখন প্ৰণালীবদ্ধ চিন্তাৰ বাটকটীয়া হৈ পৰিছে বুলি মন্তব্য কৰে।

অসমীয়া প্ৰতিদিন কাকতৰ সহকাৰী সম্পাদক  তপন চন্দ্ৰ কলিতাই এই মত প্ৰকাশ কৰে যে  কেৱল ভ্ৰাম্যমাণ থিয়েটাৰই কেৱল গণবিছিন্ন হোৱা নাই, অসমীয়া জাতীয় জীৱনৰ সকলো সংস্কৃতি ক্ৰমাগত ভাবে গণবিচ্ছিন্ন হৈছে। কবি সাংবাদিক প্ৰণব জ্যোতি নদীয়ালে আঁত ধৰা এই অনুষ্ঠানত গ্ৰন্থখনৰ লেখক সম্পাদক ডo পংকজ গোস্বামীয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ সুদীৰ্ঘ পৰিক্ৰমা আৰু ইয়াৰ গতিধাৰাৰ বিষয়ে ভ্ৰাম্যমাণক বিষয় হিচাপে লৈ ভ্ৰাম্যমাণ থিয়েটাৰ গ্ৰন্থখন প্ৰকাশ কৰা হৈছে বুলি ব্যক্ত কৰে।

তেওঁ উল্লেখ কৰে যে এই গ্ৰন্থখনত সন্নিবিষ্ট হৈছে ভ্ৰাম্যমাণৰ কলা কুশলীৰ পৰা নাট্যকাৰলৈকে, চিন্তাবিদ, সমালোচক, সাংবাদিকৰ পৰা দৰ্শকলৈকে নিৰ্বাচনীয় ব্যাক্তিৰ ভ্ৰাম্যমাণৰ একো একোটা প্ৰসংগক লৈ প্ৰৱন্ধ ,আলোচনা, পয্যালোচনা, সংবাদধৰ্মী লিখনি আৰু সাক্ষাৎকাৰ। পুৰ্বায়ণ প্ৰকাশনৰ স্বত্বাধিকাৰ ডo অমৃত কুমাৰ উপাধ্যায়ে অনুষ্ঠানত বক্তব্য আগবঢ়োৱাৰ উপৰি লেখক মাধৱ চৌধুৰী মহাবিদ্যালয় সহযোগী অধ্যাপক অবনি কুমাৰ দাস, লেখিকা নৱনিতা ডেকা আৰু কাকজান মহাবিদ্যালয়ৰ হৈ উপাধ্যক্ষ ডo ক্ষীৰোদ শইকীয়াই   বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত দৈনিক জনমভমি কাকতৰ উপ সম্পাদক কিশোৰ গোস্বামী,কাকজান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তুফেল জিলানি , লক্ষ্যপ্ৰতীম নিৰ্মলীয়া, ভৈৰবানন বৰা , ডমডমা মহাবিদ্যাল়ৰ সহযোগী অধ্যাপক ৰাজীৱ মহন্ত,অভিনেতা ত্ৰৈলোক্য কাশ্যপ আৰু যতীন বৰা , সংবাদকৰ্মী পল্লৱ দ্বিজেন,  সমীৰণ বৰঠাকুৰ, দীপজ্যোতি শইকীয়া অৰিন্দম বুঢ়াগোহাঁইকে ধৰি সাহিত্যনুৰাগী কৰবি ডেকা, বসন্ত গোস্বামী,মিত্ৰা চক্ৰৱৰ্তী, শিক্ষাৰ্থী দেবাৰ্চনা গোস্বামী, শুভাংগ গোস্বামী, গৌৰিচৰণ গোস্বামীকে ধৰি বহুসংখ্যক সাহিত্যনুৰাগী ব্যক্তি উপস্থিত থাকে।সুপ্ৰভাত- পোহৰৰ এটা বাট অনুস্থানৰ সহযোগত আয়োজিত এই অনুস্থানত শলাগৰ শৰাই আগবঢ়াই অধ্যাপক তুফেল জিলানিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd