• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : বিশ্বনাথত ব্যাপক প্ৰস্তুতি জিলা প্ৰশাসন-পতঞ্জলি যোগপীঠৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
June 15, 2018 6:12 pm
UN_Yoga_Day
185
VIEWS
Share on FacebookShare on Twitter

‘সমন্বয় আৰু শান্তিৰ বাবে যোগ’বাণীৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো চতুৰ্থবাৰৰ বাবে অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসন আৰু পতঞ্জলি যোগপীঠে।

বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত প্ৰশাসনৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠৰ চহযোগত এই দিৱসৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা ৭ বজাৰ পৰা এই দিৱসৰ মূল কাৰ্যসূচী আৰম্ভ হ’ব।

যোগ দিৱসৰ প্ৰস্তুতি হিচাপে কাইলৈৰ পৰা চাৰিদিনৰ বাবে বিশ্বনাথ কলেজৰ প্ৰেক্ষাগৃহত যোগ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে পুৱা ৫-৩০ বজাৰ পৰা এঘণ্টাৰ বাবে চলিবলগীয়া এই কাৰ্যসূচীত পতঞ্জলি যোগপীঠৰ যোগ প্ৰশিক্ষকসকলে যোগাৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞাই সম্পূৰ্ণ বিনামূলীয়া এই প্ৰশিক্ষণত যোগদান কৰিবলৈ সমূহ ৰাইজক আহ্বান জনাইছে।

উল্লেখযোগ্য যে পতঞ্জলি যোগপীঠৰ বিশ্বনাথ জিলা সমিতিয়ে জিলাৰ বিভিন্ন এলেকাত ইতিমধ্যে ২৫ দিনীয়া যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি আছে। এই শিবিৰত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিসকলৰ লগতে জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে ২১ জুনৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় কাৰ্যসূচীত সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু সহযোগিতা জিলা প্ৰশাসনে কামনা কৰিছে।

Recent News

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

৪৩টা প্ৰজাতিৰ সৈতে কাজিৰঙাত প্ৰথম তৃণভূমি পক্ষীৰ জৰীপ সম্পন্ন

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

সম্পৰ্ক ছেদ বিজেপি-অগপৰ! মাজুলীৰ পিছত এইবাৰ বিহপুৰীয়াত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অগপৰ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd