• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ইণ্ডিয়া’ জোঁটত প্ৰতিশ্ৰুতিৱদ্ধ আম আদমী পাৰ্টি, কিয় স্পষ্টীকৰণ দিবলগা হ’ল কেজৰিৱালে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2023 5:59 pm
573
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ এগৰাকী বিধায়কক গ্ৰেপ্তাৰ কৰাৰ পিছতে বৃদ্ধি পাইছে আপ-কংগ্ৰেছৰ বিভাজন। ‘ইণ্ডিয়া’ জোঁটৰ মিত্ৰতাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ। পঞ্জাৱৰ হোৱা এই বিবাদৰ বাবে ‘ইণ্ডিয়া’ জোঁটে মিত্ৰতা ভংগ কৰিব পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে। 

মিত্ৰতাৰ অনিশ্চয়তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মৌনতা ভংগ কৰে। তেওঁ কয় যে আম আদমী পাৰ্টি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ।

পঞ্জাৱ কংগ্ৰেছৰ বিধায়ক সুখপাল সিং খেইৰাক বৃহস্পতিবাৰে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত আপ আৰু কংগ্ৰেছৰ মাজত তীব্ৰ যুঁজ আৰম্ভ হয়। পঞ্জাৱৰ কংগ্ৰেছ নেতাসকলে অভিযোগ কৰে যে বিজেপিৰ দৰে আম আদমী পাৰ্টিয়েও প্ৰতিশোধৰ ৰাজনীতি কৰিছে। সেইবাবেই খেইৰাক আঠ বছৰীয়া পুৰণি ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও কংগ্ৰেছৰ অ’ পি ছোনী, ভাৰত ভূষণৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে আম আদমী পাৰ্টিয়ে ।

ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ কেন্দ্ৰীয়  সভাপতি মল্লিকাৰ্জুন খৰ্গেই বৃহস্পতিবাৰে কয়, ‘কোনোবাই আমাৰ লগত অন্যায় কৰিলে আমি সহ্য নকৰোঁ। যদি কোনোবাই অন্যায় কৰে তেন্তে সেয়া সহ্য কৰা নহ’ব। অৱশ্যে এই গোচৰৰ সবিশেষ মই নাজানো। আৰক্ষীৰ পৰা সবিশেষ পাম। কিন্তু মই ক’ব বিচাৰিছো যে আমি ড্ৰাগছৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছো। আমি ড্ৰাগছৰ আসক্তি শেষ কৰিবলৈ বদ্ধপৰিকৰ।”

প্ৰসংগক্ৰমে শেহতীয়াকৈ পঞ্জাৱত ইণ্ডিয়া এলায়েন্সৰ আসন ভাগ-বতৰা সম্পৰ্কে আপ-কংগ্ৰেছৰ মাজত হোৱা কন্দলৰ খবৰ পোহৰলৈ আহিছে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd