NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ত সুবোধ বিশ্বাসৰ জামিন আৱেদনৰ শুনানি

November 20, 2017 10:04 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

চিলাপথাৰ কাণ্ডৰ অন্যতম নায়ক তথা অসমীয়াৰ স্বাভিমানত আঘাত হনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সুবোধ বিশ্বাসৰ উচ্চতম ন্যায়ালয়ত পেচ কৰা জামিন আৱেদনৰ আজি এটা শুনানি হয়। বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ প্ৰশ্ন কৰে যে সুবোধ বিশ্বাসে ৰাজহুৱা কোনো অনুষ্ঠানত যদি ভাগ নলয়, তেন্তে জামিন প্ৰদানত কিবা আপত্তি আছে নেকি? উচ্চতম ন্যায়ালয়ে অহা ৮ ডিচেম্বৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে।

Related News