• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগ ভ্ৰমণৰ সুবিধা হোৱাকৈ এন ই টেক্সি নামৰ এপ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 6:58 pm
NE-TAXI

এন ই টেক্সি এপ

277
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সুবিধা হোৱাকৈ এন ই টেক্সি নামৰ এটা এপ মুকলি কৰা হৈছে।

এই এপটো আৰু এন ই টেক্সি ৱে’বছাইটটোৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে নিজৰ প্ৰয়োজন অনুসৰি (customised) সৰ্বাধিক এবছৰ পূৰ্বেই ভ্ৰমণসূচী আৰক্ষণ কৰিব পৰা যাব।

উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগক সামৰি লোৱা এই এপটো প্ৰস্তুত কৰিছে ২৩ বছৰীয়া ৰেৱাজ চ্চেত্ৰিয়ে।

এপটোৰ যোগেদি ভ্ৰমণকাৰীসকলে স্থানীয় এলেকা পৰিদৰ্শন, দূৰণিবটীয়া ঠাইলৈ যোৱা বা অহা-যোৱা দুয়োটা ভ্ৰমণ বা ভ্ৰমণ পেকেজৰ বাবে সৰু-বৰ গাড়ী ভাড়ালে ল’ব পাৰিব।

ওপৰা-উপৰি আৰক্ষণ ৰোধ কৰাৰ বাবে গ্ৰাহকলৈ তেওঁ ভ্ৰমণ আৰক্ষণ কৰাৰ লগে লগে গাড়ীচালকৰ সৱিশেষ প্ৰেৰণ কৰা হ’ব। গাড়ীচালকসকল কোম্পানিটোৰদ্বাৰা পৰীক্ষিত আৰু তেওঁলোকে হিন্দী আৰু ইংৰাজী দুয়োটা ভাষা ক’ব পাৰে।

এই নতুন কোম্পানিটোৰ ৬৫ টা স্থানত ৮০০ গাড়ী আছে আৰু ই ইতিমধ্যে ১৫ লাখ টা ভ্ৰমণ পৰিচালনা কৰিছে।

কোম্পানিটোৰ ফালৰ পৰা জনোৱা অনুসৰি তেওঁলোকৰ সেৱা আৰক্ষণ কৰা সৰহস্ংখ্যকেই মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ পৰিয়াল।

এন ই শ্বেয়াৰ নামৰ এক নতুন সুবিধাও কোম্পানিটোৱে আগবঢ়াইছে যাৰ জৰিয়তে একেখন গাড়ীকে কেবাজনো গ্ৰাহকে সহযাত্ৰী হিচাপে ভগাই ল’ব পাৰিব।

Recent News

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

৩ আগষ্টত অনুষ্ঠিত হ’ব NEET PG পৰীক্ষা; উচ্চতম ন্যায়ালয়ে দিলে অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd