• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছ এম এছ কাণ্ড সন্দৰ্ভত দুলু আহমেদৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2017 6:03 pm
164
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ এগৰাকী প্ৰভাবশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ বাবে ৫ কোটি টকাৰ বিচাৰি প্ৰাক্তন মুখ্য মন্ত্ৰীকে ধৰি কেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতালৈ এটা বিশেষ নম্বৰৰ পৰা এছ এম এছ অহা সন্দৰ্ভত আৰু তাৰ পাছৰ ঘটনাক্ৰম সন্দৰ্ভত আজি প্ৰদেশ কংগ্ৰেছৰ এজন সম্পাদক দুলু আহমেদে nenow.in ৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখযোগ্য যে যি কেইজনলৈ উক্ত বিতৰ্কিত তথা চাঞ্চল্যকৰ এছ এম এছটো গৈছিল, তাৰ ভিতৰত দুলু আহমেদো আছিল। আনহাতে এই এছ এম এছটোৰ আঁত ধৰি আৰক্ষীয়ে হাজো অঞ্চলৰ ফকৰুদ্দিন আলী আৰু পৱন আলী নামৰ দুজনক ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। বিশেষকৈ অভিযুক্ত দুজনৰ এছ এম এছ আৰু কল ৰেকৰ্ড পৰীক্ষা কৰি আছে। আৰক্ষীয়ে ফকৰুদ্দিনে ব্যৱহাৰ কৰা নম্বৰটোৰ কল ডিটেইলচ উলিয়াই তেওঁ কাৰ কাৰ সৈতে সম্বন্ধ আছে বা কথা পাতিছে -এই সকলোবোৰ তথ্য উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

https://youtu.be/YPxxOEpzVIw

এই লৈ সংবাদ মাধ্যমত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইন, দুলু আহমেদলৈ অভিযুক্ত ফকৰুদ্দিন আহমেদৰ নম্বৰৰ পৰা যোৱা এক-ডেৰ মাৰ ভিতৰত কেইবাবাৰো ফোন কল অহা বুলি বাতৰি পৰিৱেশন কৰা সন্দৰ্ভত দুলু আহমেদে কয় যে কাৰোবাৰ পৰা নেতাসকলললৈ ফোন কল অহাটো একো অস্বাভাৱিক নহয় আৰু কল কৰোতাজন কংগ্ৰেছৰ মানুহ নে, বিজেপিৰ মানুহ নে এইটো সোধা নাযায়। কি কথা পাতিছে সেয়াহে গুৰুত্বপূৰ্ণ বুলি কয়। এই সন্দৰ্ভত দুলু আহমেদে এন ই নাওৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এছ এম এছ কাণ্ডৰ সৈতে জড়িত অভিযুক্ত দুজন কংগ্ৰেছী নহয় আৰু তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ আৰু ফকৰুদ্দিনৰ বাসগৃহলৈ হিমন্ত বিশ্ব শৰ্মা প্ৰায়েই আহে বুলি তেওঁৰ পৰিয়ালৰ লোকেই কৈছে বুলি কোৱাৰ লগতে প্ৰায়ে বিজেপিৰ সভাত উপস্থিত থাকে বুলি সাংবাদিকক জানিবলৈ দিয়ে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd