• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 7:30 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ কোৰিয়াৰ ভূমিত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক গৌৰৱান্বিত কৰি পুৰুষ কম্পাউণ্ড আৰ্চাৰী দলে বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি কৰিছে। অমন ছাইনী, ঋষভ যাদৱ, আৰু প্ৰথমেশ ভালচন্দ্ৰ ফুগেৰে গঠিত ভাৰতীয় দলে ফাইনেলত ফৰাচী দলটোক ২৩৫-২৩৩ৰ ব্যৱধানত পৰাস্ত কৰি কম্পাউণ্ড দলীয় ইভেণ্টত ভাৰতৰ প্ৰথম স্বৰ্ণ পদক জয়ৰ গৌৰৱ অৰ্জন কৰিছে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফাইনেলত ভাৰতীয় দলে নিকোলাছ জিৰাৰ্ড, জিন ফিলিপ ব’লচ, আৰু ফ্ৰান্সোৱা ডুব’ইছৰে গঠিত ফৰাচী দলটোক চাৰিটা ছেটৰ যুঁজত পৰাস্ত কৰে। প্ৰথম ছেটত ভাৰতীয় দল পিছ পৰিলেও, পৰৱৰ্তী দুটা ছেটত দুয়োটা দলৰ মাজত ড্ৰ হয়। কিন্তু চতুৰ্থ তথা নিৰ্ণায়ক ছেটত ৫৭-৫৯ স্ক’ৰেৰে জয়লাভ কৰি ভাৰতীয় দলে ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে অংকিত কৰে।

Apply Now

ভাৰতীয় দলে প্ৰথম ৰাউণ্ডত বাই পায়, যাৰ ফলত দ্বিতীয় ৰাউণ্ডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোমাঞ্চকৰ শ্বুট-অফত জয়লাভ কৰে। কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ বিৰুদ্ধে ২৩৪-২৩৩ ব্যৱধানত আৰু ছেমিফাইনেলত তুৰ্কিৰ বিৰুদ্ধে ২৩৪-২৩২ ব্যৱধানত জয়লাভ কৰি দলটোৱে ফাইনেলৰ পথ মুকলি কৰে। এই সফলতাই ভাৰতীয় আৰ্চাৰীৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে।

দলীয় ইভেণ্টত স্বৰ্ণ জয়ৰ উপৰিও ভাৰতীয় দলৰ সদস্য ঋষভ যাদৱে জ্যোতি সুৰেখাৰ সৈতে মিক্সড ইভেণ্টত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মিক্সড ইভেণ্টৰ ফাইনেলত নেদাৰলেণ্ডৰ মাইক শ্ব্ল’ছাৰ আৰু ছানে ডি লাটৰ হাতত ভাৰতীয় যুটিটো পৰাস্ত হয় যদিও, ঋষভৰ এই প্ৰদৰ্শনে তেওঁৰ ব্যতিক্ৰমী দক্ষতাৰ পৰিচয় দিয়ে।

কম্পাউণ্ড আৰ্চাৰীত ভাৰতৰ এই সফলতাই বিশ্বৰ মঞ্চত দেশৰ ক্ৰীড়া ক্ষমতাৰ উজ্জ্বল প্ৰতিফলন ঘটাইছে। অমন ছাইনী, ঋষভ যাদৱ, আৰু প্ৰথমেশ ভালচন্দ্ৰ ফুগেৰ এই অভূতপূৰ্ব প্ৰদৰ্শনে ভাৰতীয় আৰ্চাৰীৰ ভৱিষ্যৎ সম্ভাৱনাকো উজ্জ্বল কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd