• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এজাক বৰষুণতে বুৰ যায় সৰুক্ষেত্ৰীৰ কালঝাৰ পথ : বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নীৰৱ ভূমিকাত ক্ষুব্ধ স্থানীয় লোক

আনিচুজ জামান by আনিচুজ জামান
May 11, 2018 7:38 pm
Screenshot_20180511-113904
124
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ পোহৰলৈ আহিছে বৰেপটা জিলাৰ সৰুক্ষেত্ৰীত। হাউলী আৰক্ষী চকীৰ অন্তৰ্গত তথা ৪৬ নং সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰৱেশ দুৱাৰ কালঝাৰ চ’ক  বজাৰৰ পথৰ দুৰৱস্থা। এজাক সাধাৰণ বৰষুণ দিলেই পথছোৱাত সৃষ্টি হয় সাগৰ সদৃশ পৰিৱেশ।

বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাছতো আজি পৰ্যন্ত নল’লে কোনো বিহিত ব্যৱস্থা। এই সম্পৰ্কত অঞ্চলবাসী ৰাইজে অভিযোগ কৰা অনুসৰি কালঝাৰৰ ৩১ নং ৰাষ্টীয় ঘাই পথৰ পৰা নামি যোৱা বৰপেটা চহৰ সংযোগী এই পথছোৱাত কালঝাৰ চ’কবজাৰ খনত সামান্য এজাক বৰষুন দিলেই পানীৰ তলত ডুব যায়৷ যাৰ ফলত দুৰ্ভোগ ভূগিবলগীয়া হৈছে স্কুল কলেজৰ শিক্ষাৰ্থীৰ লগতে সৰ্বসাধাৰণ ৰাইজ।

ইফালে দীৰ্ঘদিন ধৰি ৰাইজে ভুগি অহা এই সমস্যাৰ প্ৰতি স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে আওকান কৰি অহা বুলি অভিযোগ উত্থাপন হৈছে।

মনকৰিবলগীয়া যে সঘনাই বিধায়ক শিকদাৰে এই পথছোৱাৰে অহা যোৱা কৰে যদিও কি কাৰণত পথছোৱাৰ এনে শোচনীয় অৱস্থা তেওঁৰ চকুত নপৰে তাকলৈ বিভিন্ন জনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷

ৰাইজৰ দুৰ্দশাৰ প্ৰতি চকু দি অতি শীঘে উক্ত পথছোৱা পুনঃনিৰ্মাণ কৰি দিবলৈ বিধায়কজনক দাবী জনায়৷

উল্লেখ্য যে যদিহে এই ব্যস্ত পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা নলয় তেনেহ’লে স্থানীয় ৰাইজে ব্যাপক ৰূপত পথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷

Recent News

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

গোৱালাপাৰাৰ পাইকানৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী শাসনৰ চূড়ান্ত নিদৰ্শনঃ ডি ৱাই এফ আই

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ দাবীত প্ৰতি জিলাৰ আয়ুক্তক দাবী পত্ৰ প্ৰদাল আপৰ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd