• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্ছেদ আৰু গুলীচালনাৰ বিৰোধিতা : ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 17, 2025 10:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গোৱালপাৰা জিলা কমিটিৰ প্ৰেছ বিবৃতিৰ প্ৰতিলিপি অসম্পাদিত ৰূপত দিয়া হ’ল

ভাৰতবৰ্ষ এখন কল্যানকামী , গণতান্ত্ৰিক ৰাষ্ট্ৰ।  গণতন্ত্ৰৰ অৰ্থ হ’ল আমাৰ চৰকাৰখন দেশৰ নাগৰিকৰ চৰকাৰ আৰু ই দেশৰ নাগৰিকৰ কাৰণে উৎসৰ্গিত দেশৰ নাগৰিকৰ দ্বাৰা গঠিত চৰকাৰ ।  দেশৰ নাগৰিকৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ ব্যৱস্থা কৰাটো এখন কল্যানকামী চৰকাৰৰ সাংবিধানিক দায়িত্ব । এনে ক্ষেত্ৰত  বিকল্প পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৃষ্ণাইৰ পাইকানত প্ৰশাসনে বহু মানুহক অকল নিৰ্মম ভাবে উচ্ছেদেই কৰা নাই, হতভাগা আৰু সকলো হেৰুৱাই অস্থিৰ হৈ পৰা মানুহৰ মাজত আজি গুলীচালনা কৰি এজন যুৱকক হত্যাও কৰিছে ।   প্ৰশাসনৰ এই অমানৱীয় কাৰ্য্যক আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টী ( মাৰ্ক্সবাদী) ৰ গোৱালপাৰা জিলা কমিটিয়ে কোঠোৰ ভাষাৰে গৰিহণা দিছোঁ ।

Apply Now

চকুৰ সন্মুখতে নিজৰ ঘৰ ভাঙি পেলোৱা কথাটোৱে মানুহক উত্তেজিত কৰি তোলাটো অতি স্বাভাবিক । কিন্তু প্ৰশাসনে গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কিয় গ’ল যত এজন যুৱকৰ মৃত্যু হ’ল?, সচাকৈ গুলি চলাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছিলনে ?, গুলি নচলোৱাকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ সকলো উপায় শেষ হৈ গৈছিল নেকি? গুলি চালনা আৰু এজনৰ মৃত্যুৰ পাছত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ উঠিল আৰু পুলিচে পুনৰ জমা হোৱা মানুহখিনিৰ ওপৰত হঠাৎ লাঠি চালনা আৰম্ভ কৰিলে ।  ঘৰ হেৰুৱাই মানুহখিনি যে স্বাভাৱিকভাবেই অস্থিৰ আৰু ক্ষোভিত হৈ থাকিব পাৰে সেইয়া  পুলিচে অনুমান কৰি সাজু থাকিলে হয়তো গুলি চালনা আৰু হত্যাৰ নিচিনা নিষ্ঠুৰ  পদক্ষেপ এৰাব পৰা গ’লহেতেন । আমি এই সমগ্ৰ ঘটনাৰ ন্যাযিক তদন্ত বিচাৰিছোঁ ।

আমি পুলিচৰ এই ধৰণৰ কাৰ্য্যক তীব্ৰভাবে নিন্দা কৰিছোঁ ।

পুনৰসংস্থাপনৰ বিকল্প ব্যৱস্থা নকৰাকৈ প্ৰশাসনে চলোৱা অমাৱীয় উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ।

মৃত ব্যক্তিৰ পৰিয়ালক, আহত ব্যক্তিৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী কৰিছোঁ ।উচ্ছেদিত লোকসকলৰ কাৰণে চৰকাৰী নিয়ম অনুসাৰে সম্প্ৰতি অস্থায়ী আশ্ৰয় শিৱিৰ আৰু খাদ্য-সামগ্ৰী যোগানৰ দাবী কৰিছোঁ আৰু অনতিপলমে তেওঁলোকক পুনৰবাসনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছোঁ ।

পাৰভেজ আলী
সম্পাদক
চি পি আই (এম)
গোৱালপাৰা জিলা কমিটি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd