• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি সম্পূৰ্ণ হ’লেহে অসমত বিদেশী থকা-নথকাটো স্পষ্ট হ’ব : বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 8:46 am
2016_12$largeimg16_Dec_2016_150222952

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চি সম্পূৰ্ণ হ’লেহে অসমত বিদেশী থকা-নথকাটো স্পষ্ট হ’ব বুলিও মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী বৰখাৰুৱাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় অধিৱেশনত এই মন্তব্য কৰে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে।

বাথৌ ধৰ্ম সনাতন ধৰ্মৰে এটা অংগ। আগন্তুক দিনত ধৰ্ম আৰু সংস্কৃতি ধৰি ৰাখিবলৈ বাথৌ মহাসভাই বলিষ্ঠ ভূমিকা লৈছে বুলি ৰঞ্জিত দাসে ভাষণ প্ৰসংগত ব্যক্ত কৰে।

বাথৌ মহাসভাৰ পৰমেশ্বৰ ব্ৰহ্মই সভাপতিত্ব কৰা মুকলি সভা উদ্বোধন কৰি বিজেপি সভাপতি ৰঞ্জিৎ দাসে মাঘ মাহৰ দ্বিতীয় মঙলবাৰৰ দিনটো বাথৌ ধৰ্মৰ বাবে চৰকাৰী বন্ধৰ তালিকাভুক্ত কৰাৰ কথাও সদৰী কৰে।

বাথৌ ধৰ্ম যাতে আন অজনজাতি লোকৰ মাজলৈ বিস্তাৰিত কৰি সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সমন্বয় গঢ়িব পাৰে তাৰ বাবে পদক্ষেপ লোৱাৰ বাবে বাথৌ ধৰ্মৰ লোকসকলক আহ্বান জনায় ৰাজ্যিক সভাপতিগৰাকীয়ে।

সভাত এন ডি এফ বি (প্ৰ)ৰ সভাপতি ধীৰেন বড়ো উপস্থিত থাকি ভাষণত কয় যে বড়োসকলৰ বাথৌ ধৰ্মৰ বৈজ্ঞানিক ভিত্তি আছে। বাথৌ ধৰ্মক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব বুলি উল্লেখ কৰি বৰ্তমান সময়ত বড়োসকলৰ একাংশ ৰাজনৈতিক ব্যক্তিৰ প্ৰৰোচনাত ধৰ্মৰ নামত ভাগ ভাগ কৰা কাৰ্যক তেওঁ সমালোচনা কৰে।

সভাত নিখিল বাথৌ মহাসভাৰ সাংগঠনিক সম্পাদক কান্তেশ্বৰ বৰগয়াৰী, সন্মানীয় অতিথি পশ্চিম বংগৰ ৰমেশ চন্দ্ৰ চুবাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আনহাতে, সংবাদ মাধ্যমৰ আগত বিজেপি সভাপতিগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ দিন এন আৰ চিৰ কামৰ কাৰণে ধাৰ্য  কৰিব পৰা নাই বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয় সভাপতিগৰাকীয়ে। তদুপৰি, নিৰ্বাচনৰ বাবে  ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণ সাজু  বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ নাগা চুক্তি সন্দৰ্ভত অসমৰ এক ইঞ্চি ভূমিও নাগালেণ্ডত নোসোমাই বুলি স্পষ্ট কৰি দিয়ে। নাগা চুক্তি হ’লে অসমৰ ভূমি নাগালিমত সোমাব বুলি একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা বুলি সংবাদ মাধ্যমকহে জগৰীয়া কৰে ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

September 1, 2025 9:36 am
জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

September 1, 2025 8:51 am
পুনৰ গুগল মেপেই মাতি আনিলে কাল! ৰাজস্থানত পানীত গাড়ী উটি গৈ ৪ জনৰ মৃত্যু

পুনৰ গুগল মেপেই মাতি আনিলে কাল! ৰাজস্থানত পানীত গাড়ী উটি গৈ ৪ জনৰ মৃত্যু

September 1, 2025 8:09 am
ঘনিষ্ঠ সম্পৰ্কতো সীমাৰেখাৰ প্ৰয়োজন; নিজে ভালে থাকিবলৈ চাওক কেনেকৈ সীমা টানিব?

ঘনিষ্ঠ সম্পৰ্কতো সীমাৰেখাৰ প্ৰয়োজন; নিজে ভালে থাকিবলৈ চাওক কেনেকৈ সীমা টানিব?

September 1, 2025 7:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

September 1, 2025 9:36 am
জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

জিএমচিএইচত যুৱতীৰ মৃতদেহ এৰি পলায়নৰ চেষ্টা; যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা আৰক্ষীৰ

September 1, 2025 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd